ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ১৪
  • “সিহঁতেৰে সৈতে বিবাহৰ সম্বন্ধ নকৰিবা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “সিহঁতেৰে সৈতে বিবাহৰ সম্বন্ধ নকৰিবা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • প্ৰশিক্ষণ দিয়াৰ এটা ভাল উদাহৰণ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি চয়তানৰ কথা বিশ্বাস নকৰোঁ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “মানুহ মৰিলে পুনৰায় জীব নে?”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ১৪
এগৰাকী কনানী তিৰোতাই এজন ইস্ৰায়েলী পুৰুষক মূৰ্তিৰ আগত প্ৰণিপাত কৰিবলৈ মাতিছে আৰু তেওঁলোকৰ চাৰিওফালে আন লোকসকলে মূৰ্তিপূজাত লিপ্ত হৈছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“সিহঁতেৰে সৈতে বিবাহৰ সম্বন্ধ নকৰিবা”

যিহোৱাই ইস্ৰায়েলীসকলক কেৱল তেওঁৰ উপাসনা কৰা লোকসকলকে বিয়া কৰিবলৈ কৈছিল (দ্বিতী ৭:৩; w১২-E ৭/১ ২৯ ¶২)

যিহোৱাই নিজৰ সেৱকসকলক সমস্যা আৰু চিন্তাৰপৰা ৰক্ষা কৰিব বিচাৰে (দ্বিতী ৭:৪; w১৫-HI ৩/১৫ ৩০-৩১)

বিবাহৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী এতিয়াও সলনি হোৱা নাই (১কৰি ৭:৩৯; ২কৰি ৬:১৪; w১৫-HI ৮/১৫ ২৬ ¶১২)

নিজকে সোধক, ‘প্ৰভুত বিয়া’ কৰাৰ আজ্ঞা পালন কৰিলে মোৰ কি লাভ হʼব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক