ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৯
  • গিবিয়োনীয়াবিলাকৰ ঘটনাৰপৰা শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • গিবিয়োনীয়াবিলাকৰ ঘটনাৰপৰা শিক্ষা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • গিবিয়োনীয়াবিলাকৰ বুদ্ধি
    বাইবেলৰ কাহিনী
  • যিহোচূৱা আৰু গিবিয়োনী লোক
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাই ইস্ৰায়েলীসকলৰ ফলীয়া হৈ যুদ্ধ কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোচূৱাৰ শেষ পৰামৰ্শ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 ছেপ্টেম্বৰ পৃষ্ঠা ৯
ছবি: গিবিয়োনীয়াবিলাকক বহুতো কাম দিয়া হৈছিল। ১. এজন ব্যক্তিয়ে খৰিৰ বোজা লৈ গৈছে। ২. এজন ব্যক্তিয়ে খৰিবোৰ বান্ধি আছে। ৩. এজন ব্যক্তিয়ে পানি নিবলৈ যুঁৱলিৰ ব্যৱহাৰ কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

গিবিয়োনীয়াবিলাকৰ ঘটনাৰপৰা শিক্ষা

গিবিয়োনীয়াবিলাকে বুদ্ধিমতাৰে কাম কৰিলে (যিহো ৯:৩-৬; it–১–E ৯৩০-৯৩১)

ইস্ৰায়েলৰ অধ্যক্ষবিলাকে যিহোৱাৰপৰা পৰামৰ্শ নিবিচাৰিলে (যিহো ৯:১৪, ১৫; w১১–HI ১১/১৫ ৮ ¶১৪)

গিবিয়োনীয়াবিলাকে নম্ৰতাৰে ইস্ৰায়েলীসকলৰ সেৱা কৰিলে (যিহো ৯:২৫-২৭; w০৪ ১১/১ ১৬ ¶১৪)

গিবিয়োনীয়াবিলাকে দাস হিচাপে সেৱা কৰিলে, কিয়নো তেওঁলোকে যিহোৱাৰ অনুগ্ৰহ পাব বিচাৰিছিল। আমিও তেওঁলোকৰ দৰে নম্ৰ হৈ কি কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক