ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
চৌল প্ৰথমে নম্ৰ আছিল
চৌল নম্ৰ আছিল, সেইবাবে তেওঁ ৰজা হʼবলৈ সংকোচ কৰিছিল (১চমূ ৯:২১; ১০:২০-২২; w২০.০৮ ১০-১১ ¶১১)
যেতিয়া কিছুমান লোকে তেওঁৰ বিষয়ে বেয়াকৈ কৈছিল, তেতিয়া তেওঁ খং কৰা নাছিল (১চমূ ১০:২৭; ১১:১২, ১৩; w১৪-HI ৩/১৫ ৯ ¶৮)
যেতিয়া চৌলে পবিত্ৰ আত্মাৰ যোগেদি নিৰ্দেশনা পালে, তেতিয়া তেওঁ তাৰ অনুসৰি কাম কৰিলে (১চমূ ১১:৫-৭; w৯৫-HI ১২/১৫ ১০ ¶১)
যদি আমি নম্ৰ হওঁ, তেনেহʼলে আমি নিজৰ দায়িত্ব আৰু দক্ষ্যতাবোৰ যিহোৱাৰপৰা পোৱা উপহাৰ বুলি ভাবিম। (ৰোম ১২:৩, ১৬; ১কৰি ৪:৭) ইয়াৰ লগতে আমি যিহোৱাৰ পবিত্ৰ আত্মাৰ যোগেদি পোৱা নিৰ্দেশনাৰ অনুসিৰ চলিম।