ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ২
  • অহংকাৰ কৰিলে অপমান হয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অহংকাৰ কৰিলে অপমান হয়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • বলিদানতকৈ আজ্ঞা পালন কৰাটো উত্তম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • চৌল প্ৰথমে নম্ৰ আছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • দায়ূদৰ যুদ্ধৰ ৰণনীতি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আপোনাৰ ৰজা কোন?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ২
ৰজা চৌলে অহংকাৰ কৰি এটা বেদীত বলিদান কৰিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

অহংকাৰ কৰিলে অপমান হয়

ৰজা চৌলে ভাবিছিল যে তেওঁৰ ওচৰত আৰু কোনো উপায় নাই (১চমূ ১৩:৫-৭)

চৌলে নিজৰ সীমা বুজি যিহোৱাৰ আজ্ঞা পালন কৰাৰ পৰিৱৰ্তে তেওঁ অহংকাৰ কৰিলে (১চমূ ১৩:৮, ৯; w২০.০৮ ১০ ¶১১)

যিহোৱাই চৌলক শাস্তি দিলে (১চমূ ১৩:১৩, ১৪; w০৭-HI ৭/১ ২০ ¶৮)

অহংকাৰ কৰাৰ অৰ্থ হৈছে খৰ-খেদাকৈ বা নভবা-নিচিন্তাকৈ এনে কাম কৰা, যি কাম কৰাৰ অধিকাৰ এজন ব্যক্তিৰ নাই। অহংকাৰী ব্যক্তিয়ে নিজৰ সীমা বুজি নাপায়। এজন ব্যক্তিয়ে কি কি পৰিস্থিতিত অহংকাৰ কৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক