ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জানুৱাৰী পৃষ্ঠা ১৬
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জানুৱাৰী পৃষ্ঠা ১৬

প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক

যিহোৱাৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ হʼলে বাইবেল বিদ্যাৰ্থীয়ে ভাল সংগতি বাছনি কৰিব লাগিব। (গীত ১৫:১, ৪) ভাল বন্ধুৱে ভাল কাম কৰিবলৈ উৎসাহিত কৰে।—হিতো ১৩:২০; এক অনন্ত জীৱন পাঠ ৪৮.

নিজৰ বাইবেল বিদ্যাৰ্থীক ভালদৰে বুজিবলৈ চেষ্টা কৰক। কিয়নো তেওঁলোকৰ বাবে জগতৰ বন্ধুবিলাকক এৰি অহাটো সহজ নহয়। তেওঁলোকৰ লগত অধ্যয়নৰ সময়ত কথা পতাৰ উপৰিও বেলেগ সময়তো কথা পাতক। যেনে, আপুনি তেওঁলৈ মেছেজ কৰিব পাৰে, ফোনত কথা পাতিব পাৰে বা লগ কৰিব পাৰে। তেওঁলোকে আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ ধৰিলে, তেওঁলোকক আন ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰিবলৈ মাতিব পাৰে। এনে কৰিলে তেওঁলোকে পুৰণি বন্ধু হেৰুৱাৰ বাবে দুখ নকৰিব আৰু নতুন বন্ধু পোৱাৰ বাবে আনন্দ কৰিব। (মাৰ্ক ১০:২৯, ৩০) এইদৰে যিহোৱাৰ পৰিয়ালৰ সংখ্যা বাঢ়ি যোৱা দেখি আপুনিও আনন্দিত হʼব।

নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • বেয়া সংগতিৰ লগত বন্ধুত্ব কৰিলে কি হয়?—১কৰি ১৫:৩৩

  • সত্য খ্ৰীষ্টানসকলৰ সংগতিৰ বিষয়ে গ্ৰেচে কি ভাবিছিল?

  • গ্ৰেচক ভাল লোকসকলৰ লগত বন্ধুত্ব কৰাবলৈ নিতাই কি কৰিলে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক