ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৯
  • “তোমালোকে কিমান কাললৈ দুই নাওত দুই ভৰি দি থাকিবা?”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমালোকে কিমান কাললৈ দুই নাওত দুই ভৰি দি থাকিবা?”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • শান্ত্বনা পাবলৈ যিহোৱালৈ দৃষ্টি ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • ইষ্টেৰৰ দৰে হওক, ভালদৰে কথা পাতক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপুনি নভবা-নিচিন্তাকৈ কাম কৰেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • আপুনি আচাৰ দৰে সাহস দেখুৱাই নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৯
এলিয়া, বাল দেৱতাৰ ভৱিষ্যতবক্তা আৰু আন লোকসকলে স্বৰ্গৰ পৰা জুই পৰি বেদীত ৰখা হোম বলি জ্বলি থকা চাই আছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“তোমালোকে কিমান কাললৈ দুই নাওত দুই ভৰি দি থাকিবা?”

এলিয়াই ইস্ৰায়েলীসকলক এটা নিৰ্ণয় লʼবলৈ কৈছিল আৰু তাতে স্থিৰ হৈ থাকিবলৈ কৈছিল (১ৰাজা ১৮:২১; w১৭.০৩-HI ১৪ ¶৬)

বাল কোনো জীৱিত দেৱতা নাছিল (১ৰাজা ১৮:২৫-২৯; ia-HI ৮৮ ¶১৫)

যিহোৱাই আচৰিত কাম কৰি প্ৰমাণ কৰে যে তেৱেঁই সত্য ঈশ্বৰ (১ৰাজা ১৮:৩৬-৩৮; ia-HI ৯০ ¶১৮)

এলিয়াই লোকসকলক যিহোৱাৰ আজ্ঞা পালন কৰি নিজৰ বিশ্বাসৰ প্ৰমাণ দিবলৈ কৈছিল। (দ্বিতী ১৩:৫-১০; ১ৰাজা ১৮:৪০) আজি আমিও যিহোৱাৰ আজ্ঞাবোৰ সাৱধানেৰে পালন কৰি আমি তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ আৰু তেওঁৰ ভক্তি কৰোঁ বুলি প্ৰমাণ কৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক