ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ১৬
  • স্মৰণীয় দিনৰ মাহবোৰৰ বাবে কিছুমান লক্ষ্য ৰাখক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্মৰণীয় দিনৰ মাহবোৰৰ বাবে কিছুমান লক্ষ্য ৰাখক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • স্মৰণীয় দিনৰ পৰিশ্ৰমত যিহোৱাৰ আশীৰ্বাদ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • বছৰৰ বিশেষ দিনৰ বাবে আপুনি সাজু নে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • উত্তমতালৈ উৎসাহী হোৱা!
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ১৬

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

স্মৰণীয় দিনৰ মাহবোৰৰ বাবে কিছুমান লক্ষ্য ৰাখক

প্ৰতি বছৰে যিহোৱাৰ লোকসকলে স্মৰণীয় দিন পালন কৰিবলৈ আগ্ৰহী হৈ থাকে। খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদান, যিহোৱাৰ ফালৰ পৰা পোৱা মূল্যৱান উপহাৰ হয়। সেইবাবে, যিহোৱাক ধন্যবাদ দিবলৈ আৰু তেওঁৰ মহিমা কৰিবলৈ স্মৰণীয় দিনৰ আগত আৰু পাছত আমাৰ ওচৰত বিশেষ সুযোগ থাকে আৰু আমি এই সুযোগ ভালদৰে ব্যৱহাৰ কৰোঁ। (ইফি ১:৩, ৪, ৭) যেনে, আমি লোকসকলক স্মৰণীয় দিনৰ বাবে নিমন্ত্ৰণ দিবলৈ বহুত পৰিশ্ৰম কৰোঁ। কিছুমান ভাই-ভনীয়ে মাৰ্চ আৰু এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰাৰ লক্ষ্য ৰাখে। ইয়াৰ বাবে তেওঁলোকে নিজৰ চেডিউলত সাল-সলনি কৰি প্ৰচাৰ সেৱাত ৩০ বা ৫০ ঘন্টা সময় অতিবাহিত কৰে। এই বছৰৰ স্মৰণীয় দিনৰ সময়ছোৱাত আপুনি নিজৰ প্ৰচাৰ সেৱা বঢ়াব বিচাৰেনে? ইয়াৰ বাবে আপুনি কি কৰিব পাৰে?

প্ৰায়ে দেখিবলৈ পোৱা যায় যে আগতীয়াকৈ চেডিউল বনালে, আমি ভালদৰে কাম কৰিব পাৰোঁ। (হিতো ২১:৫) কিছু দিনৰ পাছতে স্মৰণীয় দিনৰ মাহ আৰম্ভ হʼব। সেইবাবে, আমি এতিয়াৰে পৰা চেডিউল বনাবলৈ আৰম্ভ কৰি দিয়া উচিত। আপুনি কি কি উপায়েৰে আৰু বেছিকৈ প্ৰচাৰ কৰিব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। আপুনি যি লক্ষ্য ৰাখিছে, তাক পাবলৈ আপুনি কি কৰিব সেয়া নিৰ্ণয় লওক। তাৰ পাছত যিহোৱালৈ প্ৰাৰ্থনা কৰক, যাতে তেওঁ আপোনাৰ পৰিশ্ৰমত আশীৰ্বাদ দিয়ে।—১যোহ ৫:১৪, ১৫.

আপুনি স্মৰণীয় দিনৰ মাহবোৰত বেছিকৈ প্ৰচাৰ কৰিবলৈ কিছুমান উপায়ৰ বিষয়ে ভাবিব পাৰেনে?

লক্ষ্য

নিজৰ লক্ষ্য পাবলৈ মই কি কৰিম?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক