ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ৭
  • “যিহোৱাই তোমাক তাতকৈ অধিক দিব পাৰে”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “যিহোৱাই তোমাক তাতকৈ অধিক দিব পাৰে”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • “তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • প্ৰতিটো বিষয়তে যিহোৱাৰ ওপৰত ভৰসা ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • আপুনি ঈশ্বৰৰ বাক্যৰ পৰা সম্পূৰ্ণৰূপে লাভৱান হৈছেনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • একগোট হʼলে আমাৰ লাভ হয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“যিহোৱাই তোমাক তাতকৈ অধিক দিব পাৰে”

অমচিয়াই শত্ৰুসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈনিকসকলক ভাড়াত আনিছিল (২বং ২৫:৫, ৬)

ঈশ্বৰৰ এজন সেৱকে সৈনিকসকলক পুনৰ পঠিয়াই দিবলৈ অমচিয়াক কʼলে (২বং ২৫:৭, ৮; it-১-E ১২৬৬ ¶৬)

ইয়াৰ পৰা অমচিয়াৰ যি ক্ষতি হৈছিল, তাতকৈ বেছি যিহোৱাই ক্ষতিপূৰণ কৰিলেহেঁতেন (২বং ২৫:৯, ১০)

ছবি: এজনী যুৱতী ভনীয়ে দুই ধৰণৰ জীৱনৰ বিষয়ে কল্পনা কৰি আছে। ১. তাই ক্লাছৰ বাবে যোৱাৰ সময়ত সত্যত নথকা এজনী বান্ধবীৰ লগত সময় অতিবাহিত কৰিছে; প্ৰচাৰত তাই এগৰাকী বৃদ্ধ ভনীৰ লগত সময় অতিবাহিত কৰি আছে। ২. তাই চাকৰিত বহু ৰাতিলৈকে কাম কৰি আছে; তাই আনন্দেৰে নিৰ্মাণ কামত ভাগ লৈছে। ৩. তাই কামৰ ঠাইত প্ৰেজেন্টেশ্ব্যন দি আছে; তাই এগৰাকী তিৰোতাৰ লগত বাইবেল অধ্যয়ন কৰি আছে।

নিজকে সোধক: ‘যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰিবলৈ মই কি কি ত্যাগ কৰিব পাৰোঁ? ইয়াৰ পৰা মই কি কি আশীৰ্বাদ পাম?’—মলা ৩:১০; w২১.০৮ ৩০-৩১ ¶১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক