ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ১০
  • একগোট হʼলে আমাৰ লাভ হয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • একগোট হʼলে আমাৰ লাভ হয়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাই বুদ্ধিমতাৰে মাটি ভগাই
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • এক বহুমূলীয়া উত্তৰাধিকাৰক ৰক্ষা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই নিজৰ লোকসকলক জগতৰপৰা পৃথক কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • কঠিন পৰিস্থিতিত ভাই-ভনীসকলৰ সাহস বঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

একগোট হʼলে আমাৰ লাভ হয়

হিষ্কিয়াই যিৰূচালেমত ডাঙৰকৈ নিস্তাৰ-পৰ্ব পালন কৰিবলৈ ব্যৱস্থা কৰিলে (২বং ৩০:১; it-১-E ১১০৩ ¶২)

বহুতো লোকে বিৰোধৰ সত্ত্বেও এই পৰ্ব পালন কৰিবলৈ আহিলে (২বং ৩০:১০, ১১, ১৩; it-১-E ১১০৩ ¶৩)

তেওঁলোক বহুত আনন্দিত হʼল আৰু যিহোৱাৰ সেৱা কৰিবলৈ তেওঁলোকৰ উৎসাহ বাঢ়িল (২বং ৩০:২৫–৩১:১; it-১-E ১১০৩ ¶৪-৫)

ৰাজ্যগৃহত দুজনী ভনীয়ে আনন্দেৰে এজনে-আনজনক সাৱটি ধৰিছে। তাত উপস্থিত থকা সকলোৱে মাস্ক পিন্ধিছে।

নিজকে সোধক, ‘সমস্যাৰ সত্ত্বেও যেতিয়া মই সভা আৰু অধিৱেশনবোৰত ভাই-ভনীসকলৰ লগত একগোট হওঁ, তেতিয়া মোৰ কি কি লাভ হয়?’

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক