ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ৯
  • যিহোৱা “পিতৃহীনৰ পিতৃ”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা “পিতৃহীনৰ পিতৃ”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিজৰ লʼৰা-ছোৱালীক শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ‘কাক আৰাধনা কৰিবা, তাক আজি মনোনীত কৰা’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ৯
“মা-দেউতাই ভাল উদাহৰণ নাৰাখিলেও আপুনি যিহোৱাৰ সেৱা কৰিব পাৰে” লেখৰ ছবিখনত দেখুৱা কিশোৰ ভাইজনে একেলগে প্ৰচাৰ কৰা পৰিপক্ক ভাইৰ লগত কথা পাতি আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱা “পিতৃহীনৰ পিতৃ”

প্ৰতিবছৰে ডেকাসকলে যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ নিৰ্ণয় লয়। (গীত ১১০:৩) যদি আপুনি তেওঁলোকৰ মাজৰ এজন হয়, তেনেহʼলে বিশ্বাস ৰাখক যে যিহোৱাই আপোনাৰ বিষয়ে চিন্তা কৰে। তেওঁৰ সেৱা কৰাটো আপোনাৰ বাবে সহজ নহয় বুলি তেওঁ বুজি পায়। সেইবাবে, তেওঁ আপোনাক সহায় কৰিব বুলি প্ৰতিজ্ঞা কৰিছে। যদি আপোনাৰ দেউতা বা মায়ে অকলে আপোনাক ডাঙৰ-দীঘল কৰিছে, তেনেহʼলে মনত ৰাখক যে যিহোৱাই আপোনাৰ যত্ন লʼব। বাইবেলত লিখা আছে যে তেওঁ “পিতৃহীনৰ পিতৃ।” (গীত ৬৮:৫) আপোনাৰ ঘৰৰ পৰিস্থিতি যিয়ে নহওক কিয়, আপুনি যিহোৱাৰ পৰা শিকিব পাৰে আৰু তেওঁৰ সেৱা কৰাত সফল হʼব পাৰে।—১পিত ৫:১০.

“তেওঁলোকে বিশ্বাসৰ বাবে মনে-প্ৰাণে সংঘৰ্ষ কৰি আছে—যিসকলৰ কেৱল পিতৃ বা মাতৃ সত্যত আছে” নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। টামী লুডলʼ।

তেওঁলোকে বিশ্বাসৰ বাবে মনে-প্ৰাণে সংঘৰ্ষ কৰি আছে—যিসকলৰ কেৱল পিতৃ বা মাতৃ সত্যত আছে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • টামী, চাৰ্লচ আৰু জিমিৰ পৰা আপুনি কি শিকিলে?

  • যিসকল লʼৰা-ছোৱালীক কেৱল মা বা দেউতাই ডাঙৰ-দীঘল কৰি আছে, তেওঁলোকে গীতমালা ২৭:১০ পদৰ অনুসৰি কি কথাৰ ওপৰত ভৰসা কৰিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক