ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ৪
  • ইজ্ৰাই নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইজ্ৰাই নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • ইজ্ৰাই ঈশ্বৰৰ নিয়ম শিকালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • কঠিন পৰিস্থিতিত যিহোৱাই সহায় কৰিব বুলি বিশ্বাস ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • স্ব-ইচ্ছাৰে সেৱা কৰা লোকক যিহোৱাই বিচাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • যিহোৱাৰ সেৱাৰ বাবে নিজকে দি দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

ইজ্ৰাই নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিলে

ইজ্ৰাই বহুত মনোযোগেৰে ঈশ্বৰৰ বাক্য পঢ়িলে। তেওঁৰ ওপৰত ইয়াৰ ইমানেই প্ৰভাৱ পৰিলে যে তেওঁ তাৰ অনুসৰি কাম কৰিলে(ইজ্ৰা ৭:১০; w০০ ১০/১ ১৩ ¶৮)

ইজ্ৰাৰ জীৱন-যাপনৰ পৰা তেওঁক ঈশ্বৰে বুদ্ধি দিছে বুলি লোকসকলে গʼম পালে (ইজ্ৰা ৭:২৫; si-E ৭৫ ¶৫)

ইজ্ৰাই ঈশ্বৰৰ ওচৰত নিজকে নম্ৰ কৰিলে। সেইবাবে, তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে যিহোৱাই তেওঁক ৰাস্তা দেখুৱাব আৰু ৰক্ষা কৰিব (ইজ্ৰা ৮:২১-২৩; w৯২-HI ৬/১ ৩০)

এজন গেৰেজৰ মালিকে তেওঁৰ তাত কাম কৰা ভাইক প্ৰশংসা কৰি আছে।

ইজ্ৰাৰ কামবোৰৰ পৰা ৰজাই স্পষ্টকৈ জানিব পাৰিলে তেওঁ ঈশ্বৰৰ পৰা বুদ্ধি পাইছে। সেইবাবে, ৰজাই তেওঁক ডাঙৰ ডাঙৰ দায়িত্ব দিলে। ইজ্ৰাৰ দৰে আমিও নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিব পাৰোঁ।

নিজকে সোধক: ‘মই ঈশ্বৰৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰোঁ বুলি জগতৰ লোকসকলে স্পষ্টকৈ দেখিবলৈ পায়নে?ʼ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক