ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ৭
  • স্ব-ইচ্ছাৰে সেৱা কৰা লোকক যিহোৱাই বিচাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্ব-ইচ্ছাৰে সেৱা কৰা লোকক যিহোৱাই বিচাৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • মিল থকা বিষয়
  • ইজ্ৰাই ঈশ্বৰৰ নিয়ম শিকালে
    বাইবেলৰ পৰা শিকোঁ আহা
  • কঠিন পৰিস্থিতিত যিহোৱাই সহায় কৰিব বুলি বিশ্বাস ৰাখক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • ইজ্ৰাই নিজৰ জীৱন-যাপনৰ যোগেদি যিহোৱাৰ মহিমা কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ঈশ্বৰৰ ওপৰত ভৰসা
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইজ্ৰা ৬-১০

স্ব-ইচ্ছাৰে সেৱা কৰা লোকক যিহোৱাই বিচাৰে

ছপা সংস্কৰণ
যিহুদীসকলে বাবিলৰপৰা যিৰূচালেমলৈ পুনৰ যাবলৈ ইজ্ৰাৰ লগত যাত্ৰা কৰিছে

যিৰূচালেমলৈ পুনৰ যাবলৈ ইজ্ৰাৰ প্ৰস্তুতি

৭:৬, ২২; ৮:২৬, ২৭

  • ইজ্ৰাই যিৰূচালেমলৈ গৈ যিহোৱাৰ উপাসনা আগবঢ়াই লৈ যাবলৈ অৰ্তক্ষত্ৰ ৰজাৰপৰা অনুমতি পাইছিল

  • যিহোৱাৰ গৃহৰ বাবে সোণ, ৰূপ, ঘেঁহু, দ্ৰাক্ষাৰস, তেল, নিমখ আদি “খোজা সকলোকে” ৰজাই ইজ্ৰাক দিছিল। বৰ্তমান সময়ত ইয়াৰ মূল্য ১০ কোটি ডলাৰ হʼব

যিহোৱাই নিজৰ সেৱকসকলক সুৰক্ষা দিব বুলি ইজ্ৰাই বিশ্বাস কৰিছিল

৭:১৩; ৮:২১-২৩

  • যিৰূচালেমলৈ উভতি অহাটো কঠিন আছিল

  • এই যাত্ৰাৰ দূৰত্ব প্ৰায় ১,৬০০ কিলোʼমিটাৰ আছিল আৰু ভয়ানক পথ অতিক্ৰম কৰিবলগীয়া হৈছিল

  • এই যাত্ৰা কৰিবলৈ প্ৰায় চাৰি মাহমান লাগিছিল

  • উভতি অহা লোকসকলক দৃঢ় বিশ্বাস, সত্য উপাসনা কৰিবলৈ উৎসাহ আৰু সাহসৰ প্ৰয়োজন আছিল

ইজ্ৰাই . . .

প্ৰায় ৭৫০ কিক্কৰ ওজনৰ সোণ আৰু ৰূপ অথবা প্ৰায় আফ্ৰিকাৰ তিনিটা মতা হাতীৰ ওজনৰ সমান ধন লৈ যাত্ৰা কৰিছিল

উভতি যোৱাৰ সময়ত সন্মুখীন হোৱা অসুবিধাবোৰ . . .

ডকাইতৰ দল, মৰুভূমিৰ পথ, ভয়ানক বনৰীয়া জীৱ-জন্তু

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক