ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
ইলীফজৰ দৰে আনক নিৰাশ নকৰিব
ইলীফজে ইয়োবক ক’লে যে মানুহে ঈশ্বৰক কেতিয়াও আনন্দিত কৰিব নোৱাৰে (ইয়ো ১৫:১৪-১৬; w২২.১০ ২৬ ¶১০)
ইলীফজে নিজৰ কথাৰে এয়া ক’বলৈ চেষ্টা কৰিছিল যে ইয়োব দুষ্ট হয়। সেইবাবে তেওঁৰ ওপৰত এই সমস্যাবোৰ আহিছে (ইয়ো ১৫:২০)
ইলীফজৰ কথাৰ পৰা ইয়োবে কিয় শান্ত্বনা নাপালে (ইয়ো ১৬:১, ২)
ইলীফজে ইয়োবক কোৱা সকলো কথা মিছা আছিল। আমি যিহোৱাৰ সেৱা কৰিবলৈ যি পৰিশ্ৰম কৰোঁ তাক তেওঁ বহুত মূল্যাংকন কৰে। (গীত ১৪৯:৪) ভাল মানুহৰ ওপৰতো সমস্যা আহিব পাৰে।—গীত ৩৪:১৯.
ধ্যানৰ বাবে প্ৰশ্ন: “অল্পসাহসীবিলাকক” আমি নিজৰ কথাৰ পৰা কেনেকৈ “আশ্বাস” দিব পাৰোঁ?—১থিচ ৫:১৪; w১৫-HI ২/১৫ ৯ ¶১৬.