ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে?”
ইলীফজে দাবী কৰিলে যে ঈশ্বৰৰ দৃষ্টিত মানুহৰ একো মূল্য নাই (ইয়ো ২২:১, ২; w০৫-HI ৯/১৫ ২৭ ¶১-৩)
ইলীফজে এয়াও দাবী কৰিলে যে যদিও আমি ভাল মানুহ হওঁ, তথাপি এয়া ঈশ্বৰৰ বাবে কোনো অৰ্থ নাৰাখে (ইয়ো ২২:৩; w৯৫-HI ২/১৫ ২৭-২৮ ¶৬)
যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে যিহোৱাই চয়তানক উত্তৰ দিব পাৰিব, যিয়ে তেওঁক ঠাট্টা কৰে (হিতো ২৭:১১; w০৩ ৪/১ ২৪-২৫ ¶১০-১২)
ধ্যানৰ বাবে প্ৰশ্ন: আপুনি সৰ্বশক্তিমান ঈশ্বৰৰ কামত আহিব পাৰে, এয়া জানি আপুনি কেনে অনুভৱ কৰে?