ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৯
  • মিছা তথ্যৰ পৰা সাৱধানে থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মিছা তথ্যৰ পৰা সাৱধানে থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • ইলীফজৰ দৰে আনক নিৰাশ নকৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে?”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইয়োবে নিজৰ আচাৰ-ব্যৱহাৰ কেনেকৈ শুদ্ধ কৰি ৰাখিলে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৯

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

মিছা তথ্যৰ পৰা সাৱধানে থাকক

ইলীফজ বৃদ্ধ আৰু বুদ্ধিমান আছিল, সেইবাবে লোকসকলে ভাবিছিল যে তেওঁ কোৱা কথাবোৰ সঁচা হয় (ইয়ো ৪:১; it-১-E ৭১৩ ¶১১)

দুষ্ট স্বৰ্গদূতসকলৰ কথাত আহি ইলীফজে ইয়োবক বেয়াকৈ কʼলে (ইয়ো ৪:১৪-১৬; w০৫-HI ৯/১৫ ২৬ ¶২)

ইলীফজৰ কিছুমান কথা সঁচা আছিল, কিন্তু তেওঁ সেইবোৰ বেছিকৈ বঢ়াই কৈছিল (ইয়ো ৪:১৯; w১০-HI ২/১৫ ১৯ ¶৫-৬)

এজন ভায়ে মোবাইল চাই আছে।

আজিও চয়তানৰ জগতত মিছা তথ্যবোৰ ভৰি পৰিছে

নিজকে সোধক, ‘যেতিয়া মই কিবা তথ্য পাওঁ, তেতিয়া সেয়া সঠিক হয় নে নহয় তাক মই চালি-জাৰি চাওঁনে?—mrt-E ৩২ ¶১৩-১৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক