ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 ছেপ্টেম্বৰ পৃষ্ঠা ৩২
  • অনুসন্ধানৰ উপায়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অনুসন্ধানৰ উপায়
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • লʼৰা-ছোৱালীৰ বাবে উত্তম শিক্ষা
  • JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • পৰিয়ালৰ সন্মান কৰক
    সচেতন থাকক!—২০২৪
  • বাইবেল বিদ্যাৰ্থীসকলক ভিডিঅ’ দেখুৱাই শিক্ষা দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 ছেপ্টেম্বৰ পৃষ্ঠা ৩২

অনুসন্ধানৰ উপায়

লʼৰা-ছোৱালীৰ বাবে উত্তম শিক্ষা

পিতৃ-মাতৃসকল, আপোনালোকক যিহোৱাৰ বিষয়ে নিজৰ লʼৰা-ছোৱালীক শিকোৱাৰ এটা ডাঙৰ দায়িত্ব দিয়া হৈছে। (ইফি. ৬:৪) আপোনালোকক সহায় কৰিবলৈ যিহোৱাৰ সংগঠনে বহুতো লেখ, ভিডিঅ’ আৰু গীত তৈয়াৰ কৰিছে। আপুনি ইয়াৰ ব্যৱহাৰ কৰি কেনেকৈ নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিকাব পাৰে?

  • JW.ORG-লৈ যাওক। ইয়াত আপুনি লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীসকলৰ বাবে তৈয়াৰ কৰা সকলো তথ্য পাব। যেনে, ভিডিঅ’ আৰু কিছুমান প্ৰেক্টিচৰ বাবে ভাগ দিয়া আছে, য’ত লʼৰা-ছোৱালীয়ে কিবা লিখিব বা ছবি আঁকিব পাৰে।a ইয়াক বিচাৰিবলৈ বাইবেলৰ শিক্ষা/লʼৰা-ছোৱালী বা বাইবেলৰ শিক্ষা/কিশোৰ-কিশোৰী ভাগলৈ যাওক।

  • লʼৰা-ছোৱালীৰ বয়সৰ অনুসৰি তথ্য বিচাৰক। “লʼৰা-ছোৱালী” ভাগত আপুনি এনে কিছুমান তথ্য পাব পাৰে যাৰ সহায়ত আপুনি নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিকাব পাৰে। আপুনি “পাৰিবাৰিক উপাসনাৰ বাবে” নামৰ ভাগতো কিছুমান ভাল তথ্য পাব পাৰে।

  • লʼৰা-ছোৱালীসকলৰ লগত আলোচনা কৰক। লʼৰা-ছোৱালীসকলক শান্তিৰে বহাবলৈ যিকোনো ভিডিঅ’ চলাই নিদিব বা কোনো এটা প্ৰেক্টিচ কৰিবলৈ নিদিব। ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ লগত তথ্যবোৰ আলোচনা কৰক আৰু যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ সহায় কৰক।

a JW লাইব্ৰেৰীতো লʼৰা-ছোৱালী আৰু কিশোৰ-কিশোৰীসকলৰ বাবে ভিডিঅ’ আৰু লেখ দিয়া হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক