ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w24 মে’ পৃষ্ঠা ৩২
  • অন্যায় কেনেকৈ সহন কৰিম?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অন্যায় কেনেকৈ সহন কৰিম?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মিল থকা বিষয়
  • যিহোৱাই আপোনাক সফলতা দি আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • এজন দাসে ঈশ্বৰৰ কথা শুনিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যোচেফৰ ওপৰত ককায়েকহঁতৰ খং
    বাইবেলৰ কাহিনী
  • যিহোৱাই যোচেফক পাহৰা নাছিল
    বাইবেলৰ পৰা শিকোঁ আহা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
w24 মে’ পৃষ্ঠা ৩২

অধ্যয়নৰ বাবে বিষয়

অন্যায় কেনেকৈ সহন কৰিম?

আদিপুস্তক ৩৭:২৩-২৮; ৩৯:১৭-২৩ পঢ়ক আৰু জানক যে অন্যায় সহন কৰাৰ বিষয়ে আমি যোচেফৰ পৰা কি শিকিব পাৰোঁ।

বেছিকৈ জানিবলৈ আশে-পাশে থকা পদবোৰ পঢ়ক। যোচেফৰ লগত লোকসকলে অন্যায় কিয় কৰিলে? (আদি. ৩৭:৩-১১; ৩৯:১, ৬-১০) তেওঁ কিমান সময়লৈকে অন্যায় সহন কৰিবলগীয়া হʼল? (আদি. ৩৭:২; ৪১:৪৬) সেই সময়ছোৱাত যিহোৱাই তেওঁৰ বাবে কি কৰিলে আৰু কি নকৰিলে?—আদি. ৩৯:২, ২১; w২৩.০১ ১৭ ¶১৩.

গভীৰভাৱে অনুসন্ধান কৰক। ফৰৌণৰ পত্নীয়ে যোচেফৰ ওপৰত মিছা অভিযোগ লগালে, কিন্তু বাইবেলত কʼতো লিখা নাই যে যোচেফে নিজকে সঁচা বুলি প্ৰমাণ কৰিবলৈ কিবা কʼলে। তলত দিয়া পদবোৰৰ বিষয়ে চিন্তা কৰক যে যোচেফে হয়তো নিজকে সঁচা বুলি প্ৰমাণ কৰিবলৈ কিয় চেষ্টা নকৰিলে? এই বিষয়ে বাইবেলত সকলো কথা কিয় জনোৱা নাই? (হিতো. ২০:২; যোহ. ২১:২৫; পাঁচ. ২১:৩৭) কি গুণ থকাৰ বাবে যোচেফে অন্যায় সহন কৰিব পাৰিলে?—মীখা ৭:৭; লূক ১৪:১১; যাকো. ১:২, ৩.

আপুনি কি শিকিলে তাৰ বিষয়ে চিন্তা কৰক। নিজকে সোধক:

  • ‘যীচুৰ শিষ্য হোৱাৰ বাবে মই কেনেধৰণৰ অন্যায় সহন কৰিবলগীয়া হʼব পাৰে?’ (লূক ২১:১২, ১৬, ১৭; ইব্ৰী ১০:৩৩, ৩৪)

  • ‘সেই অন্যায় সহন কৰিবলৈ মই এতিয়াৰে পৰা কি কৰিব পাৰোঁ?’ (গীত. ৬২:৭, ৮; ১০৫:১৭-১৯; w১৯.০৭-HI ২-৭)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক