ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ৩
  • ‘শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়াʼ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়াʼ
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • এই প্ৰশ্নবোৰৰ উত্তৰ জানক
    ২০২৫-২০২৬ চনৰ শাখা প্ৰতিনিধিৰ লগত চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম
  • “যুদ্ধ যিহোৱাৰেই”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ৩
ছবি: ১. গেথী আৰু মৰী বাৰ্নেট। ২. ‘ইউৰোপীয় মানৱ অধিকাৰ আদালততʼ ভাই কʼকিনাকীছ
 আৰু আন লোকসকল। ৩. ৰুচৰ ৰোস্তভ আঞ্চলিক আদালতত যিহোৱাৰ সাক্ষী। ৪. দক্ষিণ কোৰিয়াৰ সাংবিধানিক আদালতৰ বাহিৰত ভাইসকলৰ এটা সমূহ।

Kokkinakis v. Greece: Droit réservé

ওপৰত বাওঁফালৰ পৰা: ৱেষ্ট বেৰ্জিনিয়া ৰাজ্যৰ শিক্ষা মণ্ডলৰ বিপৰীতে বাৰ্নেট; কʼকিনাকীছৰ বিপৰীতে গ্ৰীচ; টাগনৰʼগ এল.আৰ.অʼ আৰু আন লোকসকলৰ বিপৰীতে ৰুচ; চা আৰু আন লোকসকলৰ বিপৰীতে দক্ষিণ কোৰিয়া

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিয়াʼ

ইস্ৰায়েলীসকলে পুনৰ মন্দিৰ নিৰ্মাণ কৰাৰ সময়ত বিৰোধীসকলে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল। কিন্তু ইস্ৰায়েলীসকলে আইনৰ সহায় লʼলে আৰু কাম কৰি থাকিল। (ইজ্ৰা ৫:১১-১৬) ঠিক সেইদৰে আজিও সত্য খ্ৰীষ্টানসকলে শুভবাৰ্তাৰ পক্ষে কʼবলৈ আৰু আইনৰ অনুমোদন দিয়াবলৈ পদক্ষেপ লয়। (ফিলি ১:৭) সেইবাবে, ১৯৩৬ চনত মুখ্য কাৰ্য্যালয়ে আইন বিভাগ বনালে। এই বিভাগে গোটেই বিশ্ব জুৰিত হৈ থকা ৰাজ্যৰ কামৰ চোৱা-চিতা কৰিবলৈ প্ৰয়োজনীয় সহায় আগবঢ়ায়। প্ৰচাৰ কাম আগবঢ়াবলৈ আৰু ঈশ্বৰৰ লোকসকলৰ অধিকাৰ ৰক্ষা কৰিবলৈ এই বিভাগে কি কৰিলে?

মুখ্য কাৰ্য্যালয়ত আইন বিভাগৰ সাক্ষাৎ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • যিহোৱাৰ সাক্ষীসকলে আইনৰ লগত জড়িত থকা কি কি সমস্যাৰ সন্মুখীন হৈছিল?

  • আমি কি কি মোকদ্দমা জিকিছোঁ? ইয়াৰ এটা উদাহৰণ দিয়ক।

  • ‘শুভবাৰ্ত্তাৰ পক্ষে উত্তৰ আৰু প্ৰমাণ দিবলৈ’ আমি কি কি কৰিব পাৰোঁ?

লোকসকলক প্ৰচাৰ কৰাৰ সময়ত যদি কোনো অধিকাৰীয়ে আমাক আপুনি আইন মনা নাই বুলি কয়, তেনেহʼলে নিজে সমস্যাটো সমাধান কৰিবলৈ চেষ্টা নকৰিব। আইনৰ অনুসৰি আপোনাৰ প্ৰচাৰ কৰাৰ অধিকাৰ আছে বুলি তৰ্ক কৰাৰ পৰিৱৰ্তে লগে লগে তাৰ পৰা ওলাই যাওক। যদি কোনো পুলিচে আপোনাক প্ৰচাৰ কাম কৰিবলৈ মানা কৰে, তেনেহʼলে যদি সম্ভৱ হয় সন্মানেৰে তেওঁৰ নাম, পদ আৰু কোনখন থানাৰ হয় সোধক। তাৰ পাছত লগে লগে এই ঘটনাৰ বিষয়ে প্ৰাচীনসকলক জনাওক আৰু প্ৰাচীনসকলে সহায়ৰ বাবে শাখা কাৰ্য্যালয়ক যোগাযোগ কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক