ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জানুৱাৰী পৃষ্ঠা ৯
  • নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • যিহোৱাৰ সাক্ষীসকলৰ সভাৰপৰা আপুনি কেনেকৈ লাভৱান হʼব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • নিজৰ বাইবেল বিদ্যাৰ্থীক যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জানুৱাৰী পৃষ্ঠা ৯

প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক

মণ্ডলীৰ সভাবোৰ শুদ্ধ উপাসনাৰ এক গুৰুত্বপূৰ্ণ ভাগ হয়। (গীত ২২:২২) যিসকলে যিহোৱাৰ উপাসনা কৰিবলৈ সভাত উপস্থিত হয়, তেওঁলোকে আনন্দ আৰু আশীৰ্বাদ লাভ কৰে। (গীত ৬৫:৪) যেতিয়া বাইবেল বিদ্যাৰ্থীয়ে নিয়মীয়াকৈ সভালৈ আহে, তেতিয়া তেওঁলোকে সোনকালে উন্নতি কৰে।

আপোনাৰ বাইবেল বিদ্যাৰ্থীয়ে যাতে সভালৈ আহে, তাৰ বাবে আপুনি কি কৰিব পাৰে? তেওঁক সভালৈ মাতি থাকক। যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখন দেখুৱাওক। সভাত উপস্থিত হʼলে কি লাভ হয়, তাৰ বিষয়ে জনাওক। (এক অনন্ত জীৱন কিতাপৰ পাঠ ১০) আপুনি তেওঁক যোৱা সপ্তাহৰ সভাত শিকা কথাবোৰ জনাব পাৰে বা অহা সপ্তাহৰ সভাৰ কিছুমান কথা জনাব পাৰে। সভাত আলোচনা কৰা প্ৰকাশন বিদ্যাৰ্থীক দিয়ক। আপুনি তেওঁক নিজৰ লগত ৰাজ্যগৃহতো লৈ যাব পাৰে। বিদ্যাৰ্থীক প্ৰথমবাৰ সভালৈ আনিবলৈ আপুনি যি পৰিশ্ৰম কৰিব, সেয়া ব্যৰ্থ নহʼব।—১কৰি ১৪:২৪, ২৫.

নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। নিতাই গ্ৰেচক সভালৈ মাতিছে।

    নিতাই কোনটো সুযোগ লৈ গ্ৰেচক সভালৈ মাতিছিল?

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। মণ্ডলীৰ সভাৰ সময়ত গ্ৰেচে নিতাৰ কাষত বহি থকাৰ সময়ত তাই হাঁহিছে।

    আমাৰ বিদ্যাৰ্থীয়ে সভালৈ আহিলে আমি কিয় আনন্দিত হওঁ?

  • “নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক” নামৰ ভিডিঅʼখনৰ দৃশ্য। মণ্ডলীৰ সভাৰ পাছত ভনীসকলে গ্ৰেচৰ লগত আনন্দেৰে কথা পাতি আছে।

    “তোমালোকৰ মাজত ঈশ্বৰ আছে”

    যেতিয়া গ্ৰেচে প্ৰথমবাৰ সভালৈ আহিছিল, তেতিয়া তাই কেনে অনুভৱ কৰিছিল?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক