ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w22 ডিচেম্বৰ পৃষ্ঠা ৩১
  • বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২২
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • উপশীৰ্ষক
  • প্ৰহৰীদুৰ্গৰ অধ্যয়ন সংস্কৰণ
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
w22 ডিচেম্বৰ পৃষ্ঠা ৩১

বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২২

যিটো সংখ্যাত লেখ আহিছিল, সেই সংখ্যাটো দিয়া হৈছে

প্ৰহৰীদুৰ্গৰ অধ্যয়ন সংস্কৰণ

খ্ৰীষ্টান জীৱন আৰু গুণ

  • আপুনি “পৃথিৱীৰ অধিকাৰী” হʼবলৈ সাজু আছেনে? ডিচেম.

  • ইস্ৰায়েলীসকলে যুদ্ধ কৰিছিল, তেনেহʼলে আমি কিয় কৰিব নোৱাৰোঁ? অক্টো.

  • চিন্তাৰ সন্মুখীন হোৱাৰ সময়তো আপুনি কেনেকৈ শান্তি আৰু আনন্দ পাব পাৰে, এপ্ৰিল

  • ‘মৰম কৰাটো আপোনাৰ শিক্ষা’ হয়নে? জুন

  • মোৰ কুকুৰ কেইটাৰ বাবে বিস্কুট (কাৰ্টৰ যোগেদি প্ৰচাৰ কৰা), এপ্ৰিল

আপুনি জানেনে?

  • ইস্ৰায়েলীসকলে কপৌ বা পাৰ চৰাইৰ মাজত যিকোনো এটা বলিদান দিব পাৰে বুলি যিহোৱাই কিয় কৈছিল? ফেব্ৰু.

  • প্ৰাচীন ইস্ৰায়েলত গা-ধন কিয় দিছিল? ফেব্ৰু.

  • প্ৰাচীন সময়ত ইস্ৰায়েলীসকলে কোনো এটা মাহ বা বছৰ কেতিয়া আৰম্ভ হʼব, তাৰ বিষয়ে কেনেকৈ নিৰ্ণয় লৈছিল? জুন

  • মৰ্দখয় নামৰ ব্যক্তিজন সঁচাকৈ আছিলনে? নৱে.

  • যীচুৰ দৰে যিসকল লোকক কাঠত আঁৰি মৃত্যুদণ্ড দিয়া হৈছিল, তেওঁলোকৰ মৃতদেহক কবৰ দিবলৈ ৰোমী চৰকাৰে অনুমতি দিছিলনে? জুন

যিহোৱাৰ সাক্ষী

  • ১৯২২ এশ বছৰৰ আগত, অক্টো.

জীৱন কাহিনী

  • চিকিৎসাতকৈ গুৰুত্বপূৰ্ণ সেৱা (ৰনে ৰুলমান), ফেব্ৰু.

  • ‘মই যিহোৱাৰ সেৱা কৰিব বিচাৰোঁ’ (ডেনিয়েল বান মাৰ্ল), নৱে.

  • যিহোৱাই দেখুৱা পথত চলিলোঁ (কীথ ইটন), জুলাই

  • যিহোৱাৰ বিষয়ে শিকি আৰু শিকায় মই বৰ আনন্দ পাইছোঁ (লিয়ান বীবৰ জুনিয়ৰ), চেপ্টেম.

পাঠকসকলৰ প্ৰশ্ন

  • গীতমালা ৬১:৮ পদত দায়ূদে কৈছিল যে তেওঁ “চিৰকাললৈকে” ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিব, তেন্তে দায়ূদে ফিতাহি মাৰি কৈছিল নেকি যে তেওঁ কেতিয়াও নমৰিব? ডিচেম.

  • দ্বিতীয় চমূৱেল ২১:৭-৯ পদত এইদৰে কিয় লিখা আছে যে দায়ূদে “মফীবোচতক দয়া” কৰিলে আৰু তাৰ পাছত মফীবোচতক হত্যা কৰিলে? মাৰ্চ

  • নতুন পৃথিৱীত কোন লোকসকলক জীৱিত কৰা হʼব আৰু তেওঁলোকৰ ন্যায় কেনেকৈ কৰা হʼব? চেপ্টেম.

  • পৌলে কৈছিল যে তেওঁ ‘অকালত জন্মা শিশুৰ নিচিনা’ হয়, ইয়াৰ অৰ্থ কি আছিল? (১ কৰিন্থীয়া ১৫:⁠৮), চেপ্টেম.

  • যদি এজন খ্ৰীষ্টানে বাইবেল সিদ্ধান্তৰ বিৰুদ্ধে গৈ নিজৰ পত্নীৰ লগত বিবাহ-বিচ্ছেদ কৰে আৰু দ্বিতীয় বিবাহ কৰে, তেনেহʼলে তেওঁৰ প্ৰথম বিবাহ আৰু দ্বিতীয় বিবাহক মণ্ডলীত কেনে দৃষ্টিৰে চোৱা হʼব?, এপ্ৰিল

  • যীচুৱে কৈছিল “মই পৃথিবীত শান্তি দিবলৈ আহিলোঁ, ইয়াক নাভাবিবা,” এই কথাষাৰৰ অৰ্থ কি আছিল?, জুলাই

  • শপত খোৱাৰ বিষয়ে বাইবেলত কি কোৱা হৈছে?, এপ্ৰিল

অধ্যয়নৰ লেখ

  • আপুনি নিজৰ ভাই-ভনীসকলক ভৰসা কৰিব পাৰে, চেপ্টেম.

  • আপুনি ‘পুৰাতন পুৰুষক সোলোকাব’ পাৰিব, মাৰ্চ

  • আপোনাৰ নাম ‘জীৱন-পুস্তকত’ লিখা আছেনে? চেপ্টেম.

  • আপোনাৰ পৰামৰ্শই আনৰ “মনক আনন্দিত” কৰেনে? ফেব্ৰু.

  • আমি অনন্ত জীৱন জীয়াই থাকিব পাৰিম! ডিচেম.

  • আমি স্মৰণীয় দিনত কিয় উপস্থিত হওঁ? জানু.

  • ঈশ্বৰৰ ৰাজ্য আৰম্ভ হʼল! জুলাই

  • এজনে-আনজনক মজবুত কৰি থাকক, আগষ্ট

  • কথা কোৱাৰ ক্ষেত্ৰত আপুনি ভাল উদাহৰণ ৰাখিছেনে? এপ্ৰিল

  • ‘কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনক’, ফেব্ৰু.

  • কিশোৰ-কিশোৰী—বাপ্তিষ্মাৰ পাছতো আগবাঢ়ি থাকক, আগষ্ট

  • কোনো কথাই আপোনাক যিহোৱাৰ পৰা আঁতৰ নকৰক, নৱে.

  • জখৰিয়াৰ দৰ্শন মনত ৰাখক, মাৰ্চ

  • “তুমি পৰমদেশত মোৰ সঙ্গী হবা”, ডিচেম.

  • ধাৰ্মিকতাক প্ৰেম কৰাৰ ইচ্ছা দৃঢ় কৰক! আগষ্ট

  • নিজৰ আশা দৃঢ় কৰি থাকক, অক্টো.

  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক, মেʼ

  • প্ৰকাশিত বাক্যত আমাৰ ভৱিষ্যতৰ বাবে আশা, মেʼ

  • প্ৰকাশিত বাক্যৰপৰা আমি কি শিকিব পাৰোঁ, মেʼ

  • প্ৰকাশিত বাক্যত ঈশ্বৰৰ শত্ৰুৰ নাশৰ ভৱিষ্যতবাণী, মেʼ

  • প্ৰকৃত আনন্দ কেনেকৈ পাব পাৰি? অক্টো.

  • প্ৰকৃত বুদ্ধিয়ে ৰিঙিয়াই আছে, অক্টো.

  • প্ৰথম ভৱিষ্যতবাণী—আপোনাৰ বাবে কিয় গুৰুত্বপূৰ্ণ? জুলাই

  • প্ৰাচীনসকল, পৌলৰ উদাহৰণ অনুকৰণ কৰি থাকক, মাৰ্চ

  • প্ৰাৰ্থনা এক উপহাৰ হয়, ইয়াক মূল্যাংকন কৰক, জুলাই

  • বহুতো লোকক ধাৰ্মিকৰ পথত অনা হʼব! চেপ্টেম.

  • বাপ্তিষ্মাৰ পাছতো ‘নতুন পুৰুষক’ পিন্ধি থাকক, মাৰ্চ

  • বিশ্বাসী হৈ থকা কঠিন হʼলেও চেতনা বজাই ৰাখক, নৱে.

  • বুদ্ধিমত্তাৰে নিজৰ সময় ব্যৱহাৰ কৰক, জানু.

  • ভৰসাযোগ্য হওক! চেপ্টেম.

  • ভালদৰে প্ৰচাৰ কৰিবলৈ যিহোৱাই আমাক কেনেকৈ সহায় কৰে? নৱে.

  • মন-প্ৰাণে যিহোৱাৰ সেৱা কৰি আনন্দ লাভ কৰক, এপ্ৰিল

  • মাতৃসকল—উনীকীৰ পৰা শিকক, এপ্ৰিল

  • যিহোৱা—ক্ষমা কৰাত মহান! জুন

  • যিহোৱাই আমাক চাই থাকে, আগষ্ট

  • যিহোৱাই সদায় সঠিক কৰে বুলি আপুনি ভৰসা কৰেনে? ফেব্ৰু.

  • ‘যিহোৱাক বিচৰা লোকসকলৰ মঙ্গলৰ একো অভাৱ নহব’ জানু.

  • যিহোৱাৰ ওপৰত আশা ৰাখক, জুন

  • যিহোৱাৰ পৰামৰ্শ পালন কৰি বুদ্ধিমান হওক, মেʼ

  • যিহোৱাৰ প্ৰেমে ভয় দমন কৰে, জুন

  • যিহোৱাৰ বিশ্বাসীবিলাকে আনন্দত থাকে! অক্টো.

  • যীচুৰ দৰে আনক সহায় কৰক, ফেব্ৰু.

  • যীচুৰ নেতৃত্বত কাম কৰি থাকক, জুলাই

  • যীচুৰ ভায়েকৰপৰা শিকক, জানু.

  • যীচুৱে টুকা চকুপানীৰপৰা শিক্ষা, জানু.

  • লক্ষ্য ৰাখক আৰু তাত উপনীত হওক, এপ্ৰিল

  • সত্য উপাসনা কৰি আনন্দিত থাকক, মাৰ্চ

  • সত্যৰ পথত চলি থাকক, আগষ্ট

  • সমস্যাৰ সত্ত্বেও আমি যিহোৱাৰ সহায়ত আনন্দত থাকিব পাৰোঁ, নৱে.

  • সমস্যাৰ সময়ছোৱাতো আপুনি শান্তি পাব পাৰে!, ডিচেম.

  • সমস্যাৰ সময়ত আনক সহায় কৰক, ডিচেম.

  • ক্ষমা কৰা লোকসকলক যিহোৱাই আশীৰ্বাদ দিয়ে, জুন

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক