সূচীপত্ৰ
যিহোৱাৰ সাক্ষীসকল
আমি কোন হওঁ?
অধ্যায় ১-৪
২৪০ খন দেশত যিহোৱাৰ সাক্ষীসকল আছে আৰু তেওঁলোক বিভিন্ন জাতি আৰু পৃষ্ঠভূমিৰ পৰা আহিছে। বিভিন্ন পৃষ্ঠভূমিৰ পৰা অহাৰ সত্ত্বেও তেওঁলোকক কিহে একত্ৰিত কৰি ৰাখিছে? যিহোৱাৰ সাক্ষীসকল কেনেধৰণৰ লোক?
আমাৰ কাৰ্য্যবোৰ
অধ্যায় ৫-১৪
ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰাৰ বাবে আমি সকলোৰে পৰিচিত। ইয়াৰ উপৰিও, বাইবেলৰপৰা শিকিবলৈ আৰু ঈশ্বৰক উপাসনা কৰিবলৈ আমি ৰাজ্যগৃহবোৰত একগোট হওঁ। আমাৰ সভাবোৰত কি হয় আৰু ইয়াত কোনে উপস্থিত হʼব পাৰে?
আমাৰ সংগঠন
অধ্যায় ১৫-২৮
ই এক আন্তৰাষ্ট্ৰীয় সংগঠন। ইয়াত জড়িত থকা লোকসকলে স্ব-ইচ্ছাৰে ঈশ্বৰক সেৱা কৰে। ই কেনেকৈ সংগঠিত, ইয়াক কোনে নিৰ্দ্দেশনা দিয়ে আৰু ইয়াক চলাবলৈ কোনে টকা-পইচা দিয়ে? সঁচাকৈ, এই লোকসকলে যিহোৱাৰ ইচ্ছা পূৰ কৰিছেনে?