Penguins: By courtesy of John R. Peiniger
শুক্ৰবাৰ
‘প্ৰেমে সহন কৰে’—১ কৰিন্থীয়া ১৩:৪
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ৬৬ আৰু প্ৰাৰ্থনা
৯:৪০ চেয়াৰমেনৰ পৰিচয়: ধৈৰ্য্যৰ কিয় প্ৰয়োজন? (যাকোব ৫:৭, ৮; কলচীয়া ১:৯-১১; ৩:১২)
১০:১০ পৰিচৰ্চ্চা: “প্ৰত্যেক বিষয়েৰেই এক এক সময় আছে”
• সময়ৰ প্ৰতি যিহোৱাৰ দৰে দৃষ্টিভংগী ৰাখক (উপদেশক ৩:১-৮, ১১)
• বন্ধুত্ব গঢ়ি তুলিবলৈ সময় লাগে (হিতোপদেশ ১৭:১৭)
• যিহোৱাৰ লগত সম্পৰ্ক মজবুত কৰিবলৈ সময় লাগে (মাৰ্ক ৪:২৬-২৯)
• লক্ষ্যত উপনীত হʼবলৈ সময় লাগে (উপদেশক ১১:৪, ৬)
১১:০৫ গীতৰ সংখ্যা ১৪৩ আৰু ঘোষণা
১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: দায়ূদে যিহোৱালৈ অপেক্ষা কৰিলে (১ চমূৱেল ২৪:২-১৫; ২৫:১-৩৫; ২৬:২-১২; গীতমালা ৩৭:১-৭)
১১:৪৫ ঈশ্বৰৰ ধৈৰ্য্যক আটাইতকৈ মূল্যৱান সম্পত্তি বুলি ভাবক (ৰোমীয়া ২:৪, ৬, ৭; ২ পিতৰ ৩:৮, ৯; প্ৰকাশিত বাক্য ১১:১৮)
১২:১৫ গীতৰ সংখ্যা ১৪৭ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ১৭
১:৫০ যীচুৰ ধৈৰ্য্যক অনুকৰণ কৰক (ইব্ৰী ১২:২, ৩)
২:১০ পৰিচৰ্চ্চা: যিসকলে ধৈৰ্য্য ধৰাৰ বাবে প্ৰতিজ্ঞা কৰা উত্তৰাধিকাৰ লাভ কৰিলে, তেওঁলোকক অনুকৰণ কৰক
• অব্ৰাহাম আৰু চাৰা (ইব্ৰী ৬:১২)
• যোচেফ (আদিপুস্তক ৩৯:৭-৯)
• ইয়োব (যাকোব ৫:১১)
• মৰ্দখয় আৰু ইষ্টেৰ (ইষ্টেৰ ৪:১১-১৬)
• জখৰিয়া আৰু এলীচাবেৎ (লূক ১:৬, ৭)
• পৌল (পাঁচনিৰ কৰ্ম্ম ১৪:২১, ২২)
৩:১০ গীতৰ সংখ্যা ১১ আৰু ঘোষণা
৩:২০ পৰিচৰ্চ্চা: সৃষ্টিয়ে যিহোৱাৰ সময়ৰ বিষয়ে কি শিকায়
• গছ-গছনি (মথি ২৪:৩২, ৩৩)
• সমুদ্ৰৰ প্ৰাণী (২ কৰিন্থীয়া ৬:২)
• চৰাই-চিৰিকটি (যিৰিমিয়া ৮:৭)
• কীট-পতংগ (হিতোপদেশ ৬:৬-৮; ১ কৰিন্থীয়া ৯:২৬)
• মাটিত থকা স্তন্যপায়ী প্ৰাণী (উপদেশক ৪:৬; ফিলিপীয়া ১:৯, ১০)
৪:২০ “কোনেও সেই দিন আৰু সময় নাজানে” (মথি ২৪:৩৬; ২৫:১৩, ৪৬)
৪:৫৫ গীতৰ সংখ্যা ২৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা