ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm23 পৃষ্ঠা ৪-৫
  • শনিবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শনিবাৰ
  • ২০২৩ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • মিল থকা বিষয়
  • শুক্ৰবাৰ
    ২০২৩ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শনিবাৰ
    ২০২১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • দেওবাৰ
    ২০১৭ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০২৩ অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm23 পৃষ্ঠা ৪-৫
ছবি: শনিবাৰৰ কাৰ্য্যক্ৰমৰ আভাস। ১. এটা পৰিয়ালে আনন্দেৰে ভিডিঅʼ কনফাৰেন্সিঙৰ যোগেদি কথা পাতি আছে। ২. এজন ৰজাই ধ্যান কৰিছে। ৩. এজন পিতৃ আৰু তেওঁৰ লʼৰা বজাৰত আছে।

শনিবাৰ

‘সকলোলৈকে দীৰ্ঘ-সহিষ্ণু অৰ্থাৎ ধৈৰ্য্যৰে ব্যৱহাৰ কৰা’—১ থিচলনীকীয়া ৫:১৪

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৫৮ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: ‘আমি নিজক ঈশ্বৰৰ পৰিচাৰক বুলি ধৈৰ্য্যৰ দ্বাৰাই দেখুৱাইছোঁ’

    • • প্ৰচাৰ কৰাৰ সময়ত (পাঁচনিৰ কৰ্ম্ম ২৬:২৯; ২ কৰিন্থীয়া ৬:৪-৬)

    • • বাইবেল বিদ্যাৰ্থীক শিকোৱাৰ সময়ত (যোহন ১৬:১২)

    • • এজনে-আনজনক উৎসাহিত কৰাৰ সময়ত (১ থিচলনীকীয়া ৫:১১)

    • • প্ৰাচীন হিচাপে সেৱা কৰাৰ সময়ত (২ তীমথিয় ৪:২)

  • ১০:৩০ ধৈৰ্য্য দেখুৱাওক! কিয়নো আপোনাকো ধৈৰ্য্য দেখুৱা হʼল (মথি ৭:১, ২; ১৮:২৩-৩৫)

  • ১০:৫০ গীতৰ সংখ্যা ১৩৮ আৰু ঘোষণা

  • ১১:০০ পৰিচৰ্চ্চা: ‘ধৈৰ্য্যৰে পৰস্পৰে প্ৰেমত সহনীয় হোৱা’

    • • সত্যত নথকা সম্বন্ধীয় লোক (কলচীয়া ৪:৬)

    • • আপোনাৰ জীৱন সংগী (হিতোপদেশ ১৯:১১)

    • • আপোনাৰ লʼৰা-ছোৱালী (২ তীমথিয় ৩:১৪)

    • • পৰিয়ালৰ অসুস্থ বা বয়সস্থ লোক (ইব্ৰী ১৩:১৬)

  • ১১:৪৫ বাপ্তিষ্মা: যিহোৱাৰ ধৈৰ্য্যই আমাৰ পৰিত্ৰাণ! (২ পিতৰ ৩:১৩-১৫)

  • ১২:১৫ গীতৰ সংখ্যা ৭৫ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ১০৬

  • ১:৫০ তৎক্ষণাৎ নিজৰ ইচ্ছা পূৰ কৰাৰ পৰা কিয় আঁতৰি থকা উচিত? (১ থিচলনীকীয়া ৪:৩-৫; ১ যোহন ২:১৭)

  • ২:১৫ পৰিচৰ্চ্চা: “অহঙ্কাৰী মনৰ লোকতকৈ ধীৰ মনৰ লোক ভাল”

    • • হেবলক অনুকৰণ কৰক, আদমক নহয় (উপদেশক ৭:৮)

    • • যাকোবক অনুকৰণ কৰক, এচৌক নহয় (ইব্ৰী ১২:১৬)

    • • মোচিক অনুকৰণ কৰক, কোৰহক নহয় (গণনা পুস্তক ১৬:৯, ১০)

    • • চমূৱেলক অনুকৰণ কৰক, চৌলক নহয় (১ চমূৱেল ১৫:২২)

    • • যোনাথনক অনুকৰণ কৰক, অব্‌চালোমক নহয় (১ চমূৱেল ২৩:১৬-১৮)

  • ৩:১৫ গীতৰ সংখ্যা ৮৭ আৰু ঘোষণা

  • ৩:২৫ ভিডিঅʼ ড্ৰামা: “তোমাৰ পথ যিহোৱাত সমৰ্পন কৰা”—ভাগ ১ (গীতমালা ৩৭:৫)

  • ৩:৫৫ ‘তাড়নাৰ সময়ত আমি ধৈৰ্য্যৰে সহন কৰোঁ’ (১ কৰিন্থীয়া ৪:১২; ৰোমীয়া ১২:১৪, ২১)

  • ৪:৩০ গীতৰ সংখ্যা ৭৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক