ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ২ পৃষ্ঠা ১৬
  • “তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে”
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • মিল থকা বিষয়
  • আপুনি ঈশ্বৰৰ বন্ধু হʼব পাৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • দুখ-কষ্টৰ অন্ত হʼবনে?
    দুখ-কষ্টৰ অন্ত হʼবনে?
  • সুখী পৰিয়ালৰ ৰহস্য কি?
    সুখী পৰিয়ালৰ ৰহস্য কি?
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
    মৃত লোকসকল পুনৰ জীৱিত হʼবনে?
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ২ পৃষ্ঠা ১৬

“তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে”

এগৰাকী যুৱতীয়ে হাঁহিমুখেৰে আৰু সম্পূৰ্ণ বিশ্বাসেৰে ভীৰত খোজকাঢ়িছে

আপোনাৰ আপোন লোকসকলে হয়তো আপোনাক এৰি দিছে, কিন্তু এনে এজন ব্যক্তি আছে, যিজনে আপোনাক কেতিয়াও নেৰিব। তেওঁ কোন হয় বাৰু?

বহু বছৰৰ আগতে দায়ূদ নামৰ এজন ৰজাই এইদৰে কৈছিল, “মোৰ পিতৃ-মাতৃয়ে মোক ত্যাগ কৰিলেও, যিহোৱাই মোক তুলি লব।”—গীতমালা ২৭:১০.

যিহোৱা “দয়ালু পিতৃ হয় আৰু সকলো ধৰণৰ শান্ত্বনা দিওঁতা ঈশ্বৰ হয়। তেওঁ আমাৰ সকলো পৰীক্ষাত আমাক শান্ত্বনা দিয়ে।”—২ কৰিন্থীয়া ১:৩, ৪.

“তোমালোকৰ সকলো চিন্তাৰ বোজা তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭.

ঈশ্বৰে আমাক কেনেকৈ সহায় কৰে, এই বিষয়ে বেছিকৈ জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ৮ পঢ়ক। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে। এয়া www.jw.org ৱেবছাইটতো উপলব্ধ আছে

আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে, এই বিষয়ে বেছিকৈ জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰ পাঠ ৮ পঢ়ক। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে। এয়া www.jw.org ৱেবছাইটতো উপলব্ধ আছে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক