ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp19 নং ১ পৃষ্ঠা ১৬
  • আপুনি ঈশ্বৰৰ বন্ধু হʼব পাৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি ঈশ্বৰৰ বন্ধু হʼব পাৰে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • মিল থকা বিষয়
  • “তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
    ভৱিষ্যতৰ বিষয়ে আপুনি কি চিন্তা কৰে?
  • দুখ-কষ্টৰ অন্ত হʼবনে?
    দুখ-কষ্টৰ অন্ত হʼবনে?
  • সুখী পৰিয়ালৰ ৰহস্য কি?
    সুখী পৰিয়ালৰ ৰহস্য কি?
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
wp19 নং ১ পৃষ্ঠা ১৬

আপুনি ঈশ্বৰৰ বন্ধু হʼব পাৰে

কিছুমান লোকে কয় যে . . .

ঈশ্বৰে আমাৰ বিষয়ে চিন্তা নকৰে বা আমি তেওঁৰ কাষ চাপিব নোৱাৰোঁ, কিয়নো তেওঁ মহান আৰু পবিত্ৰ।

ঈশ্বৰৰ বাক্যত লিখা আছে

এগৰাকী তিৰোতাই বাইবেল পঢ়ি আছে

“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.

“তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭.

ঈশ্বৰৰ লগত বন্ধুত্ব কৰিবলৈ আপুনি কি কৰিব পাৰে?

  • তেওঁৰ লগত কথা পাতক।—গীতমালা ১৪৫:১৮, ১৯.

  • তেওঁৰ কথা শুনক।—গীতমালা ৩২:৮.

  • তেওঁৰ কথা মানক।—হিতোপদেশ ৩:৫, ৬.

  • তেওঁৰ কাষ চাপিবলৈ চেষ্টা কৰি থাকক।—মথি ৭:৭, ৮.

ঈশ্বৰে প্ৰতিজ্ঞা কৰা ভাল ভৱিষ্যতৰ বিষয়ে বেছিকৈ জানিবলৈ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ এই ব্ৰচাৰখনৰ পৰা বাইবেল অধ্যয়ন কৰক। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলে প্ৰকাশিত কৰিছে। এয়া www.jw.org ৱেবছাইটত উপলব্ধ আছে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক