ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/৯৯ পৃষ্ঠা ৭
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • চিকিৎসাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • তেজৰ বিষয়ে ঈশ্বৰে কি কৈছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • জীৱনময় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলক
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি
    “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/৯৯ পৃষ্ঠা ৭

প্ৰশ্ন বক্স

▪ আপাতকালীন স্থিতিৰ বাবে আপুনি তৈয়াৰ আছেনে?

এই আধুনিক জগতত, প্ৰায় চিকিৎসা আপাতকালীন স্থিতি “সময় আৰু দৈব্যক্ৰমে ঘটে” যʼত সন্মিলিত আছে ৰক্ত সংবৰণ। (উপ. ৯:১১) সেইবাবে আমি এনেধৰণৰ ঘটনাবোৰৰ সময়ত তৈয়াৰী হৈ থাকিব পাৰো, যিহেতু যিহোৱাই তেওঁৰ সংগঠনৰ দ্বাৰা বহুতো সহায় আগবঢ়াইছে, কিন্তু আমি আমাৰ অংশ এই ক্ষেত্ৰত কেনেকৈ লৈছো তেওঁ আশা কৰে। তলত দিয়া তালিকাই আপোনাক সহায় কৰিব।

• সকলো সময়তে চলিত আগতীয়া চিকিৎসীয় নিৰ্দেশ-পত্ৰ/মুক্তি পত্ৰ লগত ৰাখক।

• লক্ষ্য কৰক যাতে আপোনাৰ লৰা-ছোৱালীয়ে চলিত চিনাক্ত পত্ৰ লগত ৰাখে।

• অক্টোবৰ ১৯৯২ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ (ইংৰাজী) অন্তপত্ৰখন পুনৰ আলোচনা কৰক আৰু স্মৰণ কৰক যে নিজৰ সন্তানৰ বাবে কিদৰে ডাক্তৰ আৰু বিচাৰকৰ সৈতে যুক্তিপূৰ্ণৰে কথা-বতৰা হব পাৰি।

• তেজৰ মূল উপাদান আৰু তেজৰ বিকল্পৰ বিষয়ে থকা লেখটোক পুনৰ আলোচনা কৰক। (পৰামৰ্শ: প্ৰহৰীদূৰ্গ, অক্টোবৰ ১, ১৯৯৪, পৃষ্ঠা ৩১; জুন ১, ১৯৯০, পৃষ্ঠা ৩০-১; মাৰ্চ ১, ১৯৮৯, পৃষ্ঠা ৩০-১; সচেতন! ডিচেম্বৰ ৮, ১৯৯৪, পৃষ্ঠা ২৩-৭; আগষ্ট ৮, ১৯৯৩, পৃষ্ঠা ২২-৫; নৱেম্বৰ ২২, ১৯৯১, পৃষ্ঠা ১০; আৰু আমাৰ ৰাজ্য পৰিচৰ্য্যা, অক্টোবৰ ১৯৯২ আৰু ডিচেম্বৰ ১৯৯০ অন্তপত্ৰ। ততকালীন অভিগমনৰ বাবে এইবোৰক ফাইলত ৰাখক।)

• একনিষ্ঠ ভাৱে সিধান্ত লওঁক যে আপুনি শৰীৰৰ বাহিৰত তেজ চলাচল কৰিবলৈ মেচিন ব্যৱহাৰ কৰিবনে বা তেজৰ ভগ্নাংশ থকা উপাদানবোৰ গ্ৰহণ কৰিব।

• চিকিৎসালয়ত যোৱাৰ আগতে, যদি সম্ভৱ হয়, প্ৰাচীনক জানিব দিয়ক যাতে তেওঁলোক আপোনাক সহায় কৰিব পাৰে আৰু প্ৰয়োজনীয়ৰ সময়ত হাস্পতাল যোগাযোগ কমিটিৰ (HLC) সৈতে যোগযোগ ৰাখিব পাৰে। আপোনাৰ সন্তানৰ ক্ষেত্ৰত, প্ৰাচনীসকলক সোনকালে HLC-ত জনাবলৈ সুধিব পাৰে।

আপোনাৰ তেজৰ অস্বীকাৰক স্পষ্টীকৰণ কৰক: ৰিপৰ্টে দেখুৱাইছে যে কিছুমান ভাই আৰু ভনীসকলে শেষ মিনিটৰ লৈকে চোৱা-চিতা কৰা ডাক্তৰক কবলৈ অপেক্ষা কৰি থাকে যে তেওঁলোক তেজ নলয়। এইটো চিকিৎসায়িক বিভাগৰ বাবে ন্যায়ক নহয় আৰু ইয়ে আপোনাক ৰক্ত সংবৰণ কৰাৰ বাবে বিপদত পেলাব। আপোনাৰ নিৰ্দেশ-পত্ৰত সঠিকৰূপে চহী কৰাৰ দ্বাৰা যদি ডক্টৰে আপোনাৰ বিশ্বাস আৰু আপোনাৰ ইচ্ছাৰ বিষয়ে জানে, তেনেহʼলে ই তেওঁলোকক কোনো পলম নকৰাকৈ কাৰ্য্য কৰিবলৈ আৰু অতিৰিক্ত ৰক্তবিহীন চিকিৎসা উপচাৰ দিবলৈ সহায় কৰিব।

যিহেতু চিকিৎসায়িক আপাতকালীন স্থিতি যিকোনো সময়তে আহিব পাৰে, সাধাৰণে যেতিয়া আপুনি সৰ্বনিকৃষ্ট অৱস্থাতে ইয়াৰ বাবে আয়োজন কৰি এতিয়াই নিজক আৰু নিজৰ লৰা-ছোৱালীক ৰক্ত সংবৰণৰ পৰা ৰক্ষা কৰিব পাৰি।—হিতো. ১৬:২০; ২২:৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক