ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০২ পৃষ্ঠা ২
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০২ পৃষ্ঠা ২

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ জানু. ১

“আপুনি কেতিয়াবা ইয়াকে দেখি আচৰিত হৈছেনে বাৰু কিয় কিছুমান লোকৰ জীৱন অন্যৰ তুলনাত দেখিবলৈ আৰামদায়ক? এই বিষয়ে বাইবেলত এনেদৰে উল্লেখ কৰিছে। (ইয়োব ৩৪:১৯ পদটো পঢ়ক।) এই আলোচীনখনত উল্লেখ কৰিছে যে কেনেকৈ ঈশ্বৰৰ দৃষ্টিত শ্ৰেণীযুক্ত বিষয় অতীতৰ কাৰণ হʼব।”

প্ৰহৰীবুৰুজ জানু. ১

আপুনি এইটো ভাবেনে যে আমি আমাৰ ধৰ্ম্মৰ বিষয়ে অন্য ধৰ্ম্ম মনা লোকসকলৰ সৈতে আলোচনা কৰা উচিত? [উত্তৰ বাবে ক্ষন্তেক ৰওঁক।] আমাৰ ধৰ্ম্মত আমি যি উত্তম বিষয়ে শিকিছোঁ তাক জনাবলৈ কোৱা হৈছে। [মথি ২৪:১৪ পদটো পঢ়ক] এই শুভবাৰ্ত্তাটো কি, তাৰ বিষয়ে জানিবলৈ বিচাৰিবনে? অন্ততঃ তেওঁক প্ৰহৰীবুৰুজ আলোচনীখন লবলৈ উৎসাহিত কৰক।

প্ৰহৰীবুৰুজ জানু. ১

“বৰ্ত্তমান সময়তো বহুতো লোকে সকলো ধৰ্ম্মত থকা উত্তম কাৰ্য্যৰ বিষয়ে দাঙি ধৰে, কিন্তু সৰহভাগ লোকে তেনে উত্তম কাৰ্য্য কৰেনে? [উত্তৰ পোৱাৰ পাছত ৰোমীয়া ২:⁠২১,  ২২ পদটো পঢ়ক।] আমি সকলোকে এই লেখটোৰ অনুসাৰে ‘একেৰাহে মঙ্গলময় প্ৰকাশ’ কৰিবলৈ উৎসাহিত কৰিছোঁ। আপুনি এই আলোচনীখন পঢ়িবলৈ বিচাৰিবনে?”

প্ৰহৰীবুৰুজ জানু. ১

“যদি সকলো ধৰ্ম্মই আমাক প্ৰেম কৰিবলৈ শিকাইছে তেন্তে জগতত কিয় ইমান অধিক ঘৃণা ভাব দেখা গৈছে? [১ যোহন ৩:⁠১১, ১২ পদটো পঢ়ক।] ইতিহাসত প্ৰথমে কয়িনে নিজৰ ভায়েক হাবিলৰ হত্যা কৰিছিল আৰু ভায়েকৰ তুলনাত তেওঁ একেবাৰে ভিন্ন আছিল। তেওঁ কিহৰ বাবে তেনে কাৰ্য্য কৰিলে, ইয়াকে জানিবলৈ প্ৰহৰীবুৰুজৰ এই লেখটোক পঢ়ক।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক