ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০২ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০২ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ মাৰ্চ ১

“এজন উত্তম নেতাই এই পৃথিৱীখন এক সুন্দৰ স্থানলৈ পৰিৱৰ্তন কৰিব পাৰে বুলি আপুনি মান্তি নহʼবনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] অনুগ্ৰহ কৰি এই বিষয়ে বাইবেলে কেনে প্ৰতিজ্ঞা কৰিছে, তাৰ প্ৰতি ধ্যান দিয়ক। [গীতমালা ৩৭:⁠১১ পদটো পঢ়ক।] তেনে শান্তি কেৱল এজন উত্তম আৰ্হি ৰখা নেতাৰ অধীনতহে হʼব পাৰে। এই আলোচনীখনত সেই নেতাজনৰ পৰিচয় দিয়া হৈছে।”

প্ৰহৰীবুৰুজ মাৰ্চ ১

“আমাৰ সকলোৱে সূৰ্য্যৰ পোহৰৰ বাবে মূল্যাঙ্কণ কৰে আৰু জানে যে এই পোহৰ গছ-গছনি, জীৱ-জন্তু আৰু মানুহৰ বাবে কিমান গুৰুত্বপূৰ্ণ। আমাৰ বাবে আধ্যাত্মিক পোহৰ কিমান গুৰুত্বপূৰ্ণ, এই বিষয়ে আপুনি কেতিয়াব ভাবিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক আৰু গীতমালা ১১৯:⁠১০৫ পদটো পঢ়ক।] এই আলোচনীখনত আধ্যাত্মিক পোহৰৰ ভূমিকা আৰু আমি কোনেকৈ এই পোহৰ পাওঁ, তাৰ বিষয়ে বৰ্ণনা কৰা হৈছে।”

প্ৰহৰীবুৰুজ মাৰ্চ ১

মই বাইবেলৰ পৰা এক হৃদয়স্পৰ্ষী বিচাৰধাৰাৰ বিষয়ে কʼব বিচাৰিছোঁ। [যোহন ৮:⁠৩২ পদটো পঢ়ক।] ইয়াৰ অৰ্থ কি বুলি আপুনি ভাবে? [উত্তৰৰ বাবে অলপ ৰওঁক।] মন দিয়ক এই আলোচনীখনত দিয়া ‘সত্য আপোনাৰ বাবে কিমান মূল্যবান?’ নামৰ প্ৰবন্ধটো চাওঁক। তাত দিয়া উত্তৰে আপোনাক আলোকিত কৰি তুলিব।”

প্ৰহৰীবুৰুজ মাৰ্চ ১

“বৰ্তমান সময়ত বহুতে বিশ্বাস কৰে যে এই জগতৰ ধ্বংস একেবাৰে কাষ চাপি আহিছে। তেওঁলোকে কয় যে আমি বাস কৰা সময়টো হৈছে ‘শেষকাল’ বা ‘কলিযুগ।’ এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] এই আলোচনীখনে বৰ্ণনা কৰিছে যে বৰ্তমানৰ এই জগতৰ ধ্বংসত ৰক্ষা আৰু এটা শান্তিপূৰ্ণ পৰিস্থিতিত বাস কৰিবলৈ আমি কি কৰা আৱশ্যক। [যোৱেল ২:⁠৩১, ৩২ পদটো পঢ়ক।] মই এই আলোচনীখন আপোনাক দিবলৈ বিচাৰিছোঁ।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক