ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০৩ পৃষ্ঠা ৫
  • আমাক তেজ সঞ্চাৰণৰ পৰা বিৰত থকাত সহায় কৰা ব্যৱস্থাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমাক তেজ সঞ্চাৰণৰ পৰা বিৰত থকাত সহায় কৰা ব্যৱস্থাসমূহ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আমাক তেজৰ পৰা আঁতৰি থকাত সহায় কৰাৰ নতুন প্ৰবন্ধ
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • চিকিৎসাৰ লগত জড়িত সমস্যাৰ সন্মুখীন হʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • প্ৰশ্ন বক্স
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০৩ পৃষ্ঠা ৫

আমাক তেজ সঞ্চাৰণৰ পৰা বিৰত থকাত সহায় কৰা ব্যৱস্থাসমূহ

অতীতত যিসকল বাপ্তিষ্মা লোৱা প্ৰকাশকে ৩/৯৯ চনত ছপা কৰা অগ্ৰিম চিকিৎসীয় নিৰ্দেশ/মুক্তি পত্ৰ বা চিনাক্ত পত্ৰ ভৰ্ত্তি কৰিছিল তেওঁলোকে এই বছৰৰ নতুন পত্ৰখন ভৰ্ত্তি কৰাৰ আৱশ্যক নাই। ডিচেম্বৰ ২৯ তাৰিখে পৰিচালিত হʼবলগীয়া সভাৰ সপ্তাহটোত নতুনকৈ হোৱা বাপ্তিষ্মা প্ৰাপ্ত প্ৰকাশক, তেওঁলোকৰ লʼৰা-ছোৱালী আৰু পুৰণি পত্ৰখন সলনি কৰা প্ৰয়োজন হোৱা সকলক দিবলৈ মণ্ডলীৰ চেক্ৰেটাৰীৰ ওচৰত যথেষ্টমাত্ৰাত পত্ৰখন থকা উচিত। আগষ্ট মাহৰ বছেৰেকীয়া চালানৰ সৈতে এই পত্ৰবোৰ ইতিমধ্যেই পঠোৱা হৈছে। যদি মণ্ডলীৰ ওচৰত পত্ৰখন যথেষ্টমাত্ৰত উপলব্ধ নাই তেন্তে চেক্ৰেটাৰীয়ে ওচৰত থকা মণ্ডলীত অনুসন্ধান কৰা বা মণ্ডলীৰ পৰৱৰ্তী সাহিত্য আৱেদনত অধিকমাত্ৰাত পত্ৰ বিচাৰি সংস্থালৈ নিৱেদন কৰা আৱশ্যক।

সেই পত্ৰসমূহ ঘৰত সাৱধানে ভৰ্ত্তি কৰা উচিত, কিন্তু চহী নকৰিব। পৰৱৰ্তী মণ্ডলীৰ পুস্তক অধ্যয়নত প্ৰকাশকসকলে নিজৰ নিজৰ পত্ৰত দুজন সাক্ষীৰ সন্মুখত চহী কৰা উচিত। যদি পত্ৰখনত চহী, তাৰিখ আৰু সাক্ষীৰ বাবে দিয়া উক্ত খালী ঠাইবোৰ ভৰ্ত্তি কৰোঁতে সহায়ৰ আৱশ্যক হয় তেন্তে পুস্তক অধ্যয়ন অধ্যক্ষৰ সহায় লʼব পাৰে।

যিসকল প্ৰকাশকে বাপ্তিষ্মা লোৱা নাই তেওঁলোকে অগ্ৰিম চিকিৎসীয় নিৰ্দেশ/মুক্তি পত্ৰ বা চিনাক্ত পত্ৰখনত থকা বিষয়টো নিজৰ হাতেৰে এখন কাকতত টোকি লৈ নিজলৈ আৰু নিজৰ লʼৰা-ছোৱালীৰ বাবে পত্ৰ তৈয়াৰ কৰা উচিত।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক