ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০৫ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০৫ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ফেব্ৰুৱাৰী ১

“বাইবেলত ঈশ্বৰৰ ন্যায়-বিচাৰ ধাৰ্ম্মিক বুলি উল্লেখ কৰিছে। [গীত ১৪৫:⁠১৭ পদটো পঢ়ক] গতিকে ঈশ্বৰে যি কৰে সেয়া সঠিক বুলি আমি ভাৰসা কৰোঁনে? [আলোচনীখনৰ ২৩ পৃষ্ঠা দেখুৱাউক।] এই আলোচনীখনত আমি ঈশ্বৰৰ ন্যায়-বিচাৰৰ ওপৰত ভাৰসা কৰাৰ পাঁচটা কাৰণ বৰ্ণনা কৰা হৈছে।”

সচেতন! ফেব্ৰুৱাৰী ২২

“প্ৰাচীন সময়ত ঈশ্বৰে সন্তানক তেওঁলোকৰ পিতৃ-মাতৃক সন্মান কৰিবলৈ আজ্ঞা দিছিল। [যাত্ৰাপুস্তক ২০:⁠১২ পদটো পঢ়ক।] আপুনি ভাবেনে যে আজি সন্তানে নিজৰ মাতৃক সন্মান কৰে? [উত্তৰৰ বাবে খন্তেক ৰওক।] বিভিন্ন দেশত মাতৃসকলে সম্মুখীন হোৱা সমস্যা আৰু সেইবোৰক কেনেকৈ সফলতাৰে সম্মুখীন হʼব পাৰি, সেই বিষয়ে এই আলোচনীখনত আলোচনা কৰা হৈছে।

প্ৰহৰীবুৰুজ মাৰ্চ ১

“আপুনি ভাবেনে যে এই পৰামৰ্শটোক সকলোৱে পালন কৰিলে জগতখনৰ পৰিস্থিতি উত্তমতালৈ পৰিণত হʼব? [ৰোমীয়া ১২:⁠১৭, ১৮ পদটো পঢ়ক আৰু উত্তৰৰ বাবে অলপ ৰওক।] দুখৰ বিষয় এই যে কেতিয়াবা ব্যক্তিগত প্ৰভেদতা দেখা দিয়ে। এই আলোচনীখনত বৰ্ণনা কৰা হৈছে যে বাইবেলৰ পৰামৰ্শই ব্যক্তিগত মতবিৰোধীতা আঁতৰ কৰি কেনেকৈ শান্তি স্থাপন কৰিব পাৰে।”

সচেতন! মাৰ্চ ৮

“প্ৰত্যেক বছৰে প্ৰাকৃতিক শক্তিৰ প্ৰয়োজনীয়তা বৃদ্ধি পাই আহিছে। যদি আমাক আৱশ্যক হোৱা শক্তি শেষ হৈ যায়, তেন্তে কি হʼব, সেই বিষয়ে আপুনি কল্পনা কৰিব পাৰেনে? [উত্তৰৰ বাবে খন্তেক ৰওক।] পৰিষ্কাৰ শক্তিৰ উৎসৰ উন্নতিৰ বাবে কি কৰা হৈছে, সেই বিষয়ে এই আলোচনীখনত আলোচনা কৰা হৈছে। তদুপৰি ইয়াত এই সকলোবোৰ শক্তিৰ উৎস কোন, সেই বিষয়েও পৰিচয় দিয়া হৈছে।” যিচয়া ৪০:⁠২৬ পদটো পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক