জানুৱাৰী ৬-১২
আদিপুস্তক ১-২
গীত ১১ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱা ঈশ্বৰে পৃথিৱীত জীৱন সৃষ্টি কৰিলে”: (১০ মি.)
[আদিপুস্তক কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
আদি ১:৩, ৪, ৬, ৯, ১১—প্ৰথম দিনৰপৰা তৃতীয় দিনৰ সৃষ্টি (it-১-E ৫২৭-৫২৮)
আদি ১:১৪, ২০, ২৪, ২৭—চতুৰ্থ দিনৰপৰা ষষ্ঠ দিনৰ সৃষ্টি (it-১-E ৫২৮ ¶৫-৮)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
আদি ১:১—বাইবেলে পৃথিৱীৰ বয়সৰ বিষয়ে কি কৈছে? (w১৫-E ৬/১ ৫)
আদি ১:২৬—যীচু এজন সৃষ্টিকৰ্ত্তা আছিল নেকি? (it-২-E ৫২)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি. বা কম) আদি ১:১-১৯ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ১৩ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) w০৮-HI ৪/১ ৫—বিষয়: আমাক যে সৃষ্টি কৰা হৈছে, তাৰ বিষয়ে জনাৰ যোগেদি আমি মনৰ শান্তি লাভ কৰোঁ। (শিক্ষা অধ্যায় ১১)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“আপুনি নিজৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিব পাৰিবনে?”: (১৫ মি.) আলোচনা। এগৰাকী অস্থি চিকিৎসকে নিজৰ বিশ্বাস বৰ্ণনা কৰে আৰু জীৱবিজ্ঞানৰ এজন বিশেষজ্ঞই নিজৰ বিশ্বাস বৰ্ণনা কৰে নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ১৫ ¶১১-২০
সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)
গীত ৬৩ আৰু প্ৰাৰ্থনা