ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | আদিপুস্তক ১-২
যিহোৱা ঈশ্বৰে পৃথিৱীত জীৱন সৃষ্টি কৰিলে
১:৩, ৪, ৬, ৯, ১১, ১৪, ২০, ২৪, ২৭
বৰ্ণনা কৰক যে যিহোৱা ঈশ্বৰে প্ৰতিদিনে কি কি সৃষ্টি কৰিছিল।
প্ৰথম দিনা
দ্বিতীয় দিনা
তৃতীয় দিনা
চতুৰ্থ দিনা
পঞ্চম দিনা
ষষ্ঠম দিনা