ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জানুৱাৰী পৃষ্ঠা ৩
  • আপুনি নিজৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিব পাৰিবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি নিজৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিব পাৰিবনে?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • সৃষ্টিক চাই যিহোৱাৰ বিষয়ে শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • সৃষ্টিয়ে যিহোৱাৰ প্ৰেম কেনেকৈ প্ৰকাশ কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মই বিবৰ্তনৰ ওপৰত বিশ্বাস কৰিব পাৰোঁনে?
    কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জানুৱাৰী পৃষ্ঠা ৩
এজন ভায়ে দুপৰীয়াৰ বিৰতিৰ সময়ত এজন ব্যক্তিৰ বাবে বাইবেলৰপৰা এটা পদ পঢ়িছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি নিজৰ বিশ্বাসৰ বিষয়ে বৰ্ণনা কৰিব পাৰিবনে?

যেতিয়া কোনোবাই আপোনাক সোধে যে আপুনি কিয় সৃষ্টিৰ ওপৰত বিশ্বাস কৰে, তেতিয়া আপুনি কি কʼব? আপুনি বিশ্বাসেৰে উত্তৰ দিবলৈ দুটা কাম কৰা উচিত: প্ৰথমটো হৈছে আপুনি নিজকে নিজে প্ৰমাণ দিব লাগিব যে সৃষ্টি সত্য হয়। (ৰোম ১২:১, ২) তাৰ পাছত, আনৰ আগত আপুনি নিজৰ বিশ্বাসক কেনেকৈ বৰ্ণনা কৰিব, তাৰ বিষয়ে চিন্তা কৰা উচিত।—হিতো ১৫:২৮.

আন লোকসকলে সৃষ্টিৰ ওপৰত বিশ্বাস কৰাৰ কাৰণবোৰ জানিবলৈ এগৰাকী অস্থি চিকিৎসকে নিজৰ বিশ্বাস বৰ্ণনা কৰে আৰু জীৱবিজ্ঞানৰ এজন বিশেষজ্ঞই নিজৰ বিশ্বাস বৰ্ণনা কৰে নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মানুহৰ আঠুৰ পৰীক্ষা।

    আইৰিণ হফ লৰেনছʼৱে কিয় বিৱৰ্তনৰ পৰিৱৰ্তে সৃষ্টিৰ ওপৰত বিশ্বাস কৰিছিল?

  • য়াৰʼশ্লাভ ডবাঞ্চে।

    য়াৰʼশ্লাভ ডবাঞ্চে কিয় বিৱৰ্তনৰ পৰিৱৰ্তে সৃষ্টিৰ ওপৰত বিশ্বাস কৰিছিল?

  • আপুনি সৃষ্টিৰ ওপৰত যি বিশ্বাস কৰে, তাক আপুনি আনৰ আগত কেনেকৈ বৰ্ণনা কৰিব?

  • ঈশ্বৰে যে সকলো বস্তু সৃষ্টি কৰিছে, তাক নিজকে আৰু আনক প্ৰমাণ দিবলৈ যিহোৱাৰ সংগঠনে আপোনাৰ ভাষাত কি কি তথ্য ব্যৱস্থা কৰিছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক