ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জানুৱাৰী পৃষ্ঠা ৪
  • জানুৱাৰী ১৩-১৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ১৩-১৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জানুৱাৰী পৃষ্ঠা ৪

জানুৱাৰী ১৩-১৯

আদিপুস্তক ৩-৫

  • গীত ৭২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “প্ৰথম মিছাৰ পৰিণাম হৈছে ধ্বংস”: (১০ মি.)

    • আদি ৩:১-৫—চয়তানে ঈশ্বৰৰ নাম কলংকৃত কৰে (w১৭.০২-HI ৫ ¶৯)

    • আদি ৩:৬—আদম আৰু হৱাই ঈশ্বৰৰ আজ্ঞা উলংঘন কৰে (w০০-HI ১১/১৫ ২৫-২৬)

    • আদি ৩:১৫-১৯—ঈশ্বৰে বিৰোধীসকলক ঘৃণা কৰে (w১২-E ৯/১ ৪ ¶২; w০৪ ১/১ ২৯ ¶২; it-২-E ১৮৬)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • আদি ৪:২৩, ২৪—লেমকে এই কবিতাটি কিয় লিখিছিল? (it-২-E ১৯২ ¶৫)

    • আদি ৪:২৬—ইনোচৰ সময়ত লোকসকলে কেনেকৈ “যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা” কৰিবলৈ ধৰিলে? (it-১-E ৩৩৮ ¶২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰ, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি. বা কম) আদি ৪:১৭–৫:৮ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: পৰিচয়ৰ বিষয়ে আপোনাক কি ভাল লাগিল? প্ৰচাৰকসকলে পুনৰ সাক্ষাতৰ বাবে কৰা প্ৰস্তুতৰপৰা আমি কি শিকিব পাৰিলোঁ?

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উত্থাপন হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)

  • প্ৰথম সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থই জানিব বিচৰা কোনো এটা বিষয়ৰ এখন শেহতীয়া প্ৰকাশন দিয়ক। (শিক্ষা অধ্যায় ২)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬৩

  • “ট্ৰেক্টৰ যোগেদি কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি?”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক, যʼত দেখুৱা হৈছে যে এখন ট্ৰেক্ট ব্যৱহাৰ কৰি কেনেকৈ কথা-বতৰা আলোচনা কৰিব পাৰি।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অতিৰিক্ত লেখ ২১৯-২২০

  • সমাপ্তিৰ মন্তব্য (৩ মি. বা কম)

  • গীত ৬১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক