ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ১২
  • নিৰ্দেশনা মানিলে সফলতা পাব পাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিৰ্দেশনা মানিলে সফলতা পাব পাৰি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মোচিৰ নিয়মৰপৰা জানিব পাৰি যে যিহোৱাই জীৱ-জন্তুৰ প্ৰতি যত্ন লয়
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মনৰ ইচ্ছা পূৰ নহʼলেও আনন্দত থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • “মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে?”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ১২
ৰজা দায়ূদে আন ইস্ৰায়েলীসকলৰ লগত নাচ-গান কৰি আছে আৰু লেবীসকলে নিয়ম-চন্দুক কান্ধত দাঙি লৈ আনিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

নিৰ্দেশনা মানিলে সফলতা পাব পাৰি

দায়ূদে নিয়ম-চন্দুক যিৰূচালেমলৈ উভতাই আনিবলৈ বিচাৰিছিল (১বং ১৩:৩)

কিন্তু তেওঁ সফল নহʼল, কাৰণ তেওঁ সঠিক উপায়েৰে চন্দুক অনা নাছিল (১বং ১৫:১৩; w০৩ ৫/১ ১০ ¶১২)

তাৰ পাছত যিহোৱাই ইয়াৰ বিষয়ে কি নিৰ্দেশনা দিছে, তাৰ বিষয়ে দায়ূদে জানিবলৈ চেষ্টা কৰিলে আৰু তেওঁ চন্দুক আনিবলৈ সফল হʼল (১বং ১৫:২; ১৬:১১; w০৩ ৫/১ ১১ ¶১৩)

আমাৰ ভাল উদ্দেশ্য দেখি যিহোৱাৰ বহুত ভাল লাগে। কিন্তু আমি যেতিয়া তেওঁৰ নিৰ্দেশনাবোৰ পালন কৰোঁ, তেতিয়াহে তেওঁ আমাৰ কামৰ পৰা আনন্দিত হয়।—দ্বিতী ৩০:১৬.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক