ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 ডিচেম্বৰ পৃষ্ঠা ৩১
  • বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২১
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • প্ৰহৰীদুৰ্গৰ অধ্যয়ন সংস্কৰণ
  • জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গ
  • সচেতন থাকক!
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 ডিচেম্বৰ পৃষ্ঠা ৩১

বিষয়ৰ সূচীপত্ৰ—প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক! ২০২১

যিটো সংখ্যাত লেখ আহিছিল, সেই সংখ্যাটো দিয়া হৈছে

প্ৰহৰীদুৰ্গৰ অধ্যয়ন সংস্কৰণ

অধ্যয়নৰ লেখ

  • এজন ভাল ৰখীয়াৰ কথা শুনক, ডিচেম.

  • নিজৰ কামত আনন্দ লাভ কৰক! জুলাই

  • আপুনি অকলশৰীয়া নহয়, যিহোৱা লগত আছে, জুন

  • যিহোৱাৰ সেৱাত যি কৰিব পাৰিছে, তাতে আনন্দিত হওক, আগষ্ট

  • আপোনাৰ বিশ্বাস কিমান মজবুত আছে? নৱে.

  • “এই সৰুবিলাকৰ মাজৰ এজনোকো” উজুটি নোখোৱাব, জুন

  • ‘যীচুৰ প্ৰিয় শিষ্যৰপৰা’ শিকক, জানু.

  • ‘তোমালোক খ্ৰীষ্টৰ খোজৰ অনুগামী হোৱা,’ এপ্ৰিল

  • এজনে-আনজনক প্ৰকৃত প্ৰেম কৰি থাকক, নৱে.

  • পৰস্পৰৰ মাজত গভীৰ প্ৰেম ৰাখক, জানু.

  • ‘পুৰুষ তিৰোতাৰ মূৰস্বৰূপ,’ ফেব্ৰু.

  • কোনো কথাই তেওঁলোকক উজুটি খোৱাব নোৱাৰে, মেʼ

  • আপুনি যীচুৰ বাবে উজুটি খাবনে? মেʼ

  • আপুনি যিহোৱালৈ অপেক্ষা কৰিবনে? আগষ্ট

  • আপোনজনাই যিহোৱাক এৰি গʼলে, চেপ্টেম.

  • ডেকা ভাইসকল, আপোনালোকে আনৰ ভৰসা কেনেকৈ লাভ কৰিব পাৰে? মাৰ্চ

  • ডেকা ভাই-ভনীসকলক সন্মান কৰক, চেপ্টেম.

  • তোমালোক পবিত্ৰ হোৱা, ডিচেম.

  • হৃদয়ৰপৰা অনুতাপ কৰাৰ অৰ্থ কি? অক্টো.

  • আনৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে? ডিচেম.

  • যিহোৱা যে দয়ালু পৰীক্ষা কৰি চোৱা, আগষ্ট

  • সমস্যাৰ সময়ত কেনেকৈ আনন্দত থাকিব পাৰি? ফেব্ৰু.

  • প্ৰেমে লোকসকলৰ ঘৃণা সহন কৰিবলৈ সহায় কৰে, মাৰ্চ

  • প্ৰচাৰ কাম কৰি থাকক, মেʼ

  • বৰ লোকসমূহে যিহোৱা আৰু যীচুৰ প্ৰশংসা কৰে, জানু.

  • আপোনাৰ বিদ্যাৰ্থীক বাপ্তিষ্মা লʼবলৈ সহায় কৰক, জুন

  • বৃদ্ধ ভাই-ভনীসকলক মূল্যৱান বুলি গণ্য কৰক, চেপ্টেম.

  • মণ্ডলীত প্ৰাচীনসকলৰ ভূমিকা কি? ফেব্ৰু.

  • সমস্যাৰ সন্মুখীন হʼবলৈ বাইবেলে আপোনাক সহায় কৰিব পাৰে মাৰ্চ

  • “মই আটাই জাতিক কঁপাম,” চেপ্টেম.

  • যিহোৱাই আপোনাক শক্তি দিব, মেʼ

  • যিহোৱাৰ প্ৰকৃত প্ৰেম, নৱে.

  • যিহোৱা আৰু ভাই-ভনীসকলৰ প্ৰতি প্ৰেম বঢ়াওক, চেপ্টেম.

  • যিহোৱাই আমাক কেনেকৈ ৰক্ষা কৰে? মাৰ্চ

  • যিহোৱাৰ দৰে ধৈৰ্য্য ধৰক, জুলাই

  • আপুনি যিহোৱাৰ পৰিয়ালৰ ভাগ হয়, আগষ্ট

  • যিহোৱা দয়া দেখুৱাত মহান, অক্টো.

  • যিহোৱাই সঁচাকৈ আপোনাক প্ৰেম কৰে, এপ্ৰিল

  • যীচুৰ “কথা শুনি” থাকক, ডিচেম.

  • যীচুৰ শেষ বাক্যৰপৰা শিকক, এপ্ৰিল

  • যীচুৰ বলিদানৰ প্ৰতি সদায় কৃতজ্ঞ, এপ্ৰিল

  • শান্ত হৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখক, জানু.

  • বিয়াৰ পাছত যিহোৱাৰ সেৱা আৰু বেছিকৈ কৰক, নৱে.

  • দৃঢ় বিশ্বাসেৰে সত্যক ধৰি ৰাখক, অক্টো.

  • শিষ্য বনোৱা কাৰ্য্যত সহায় কৰক, জুলাই

  • সৃষ্টিকৰ্তাৰ ওপৰত বিশ্বাস দৃঢ় কৰক, আগষ্ট

  • আমি চয়তানৰ ফান্দৰপৰা বাচি থাকিব পাৰোঁ! জুন

  • মণ্ডলীৰ সকলোৱে বাইবেল বিদ্যাৰ্থীক কেনেকৈ সহায় কৰিব পাৰে? মাৰ্চ

  • ‘খ্ৰীষ্ট্ৰ প্ৰত্যেক পূৰুষৰ মূৰস্বৰূপ,’ফেব্ৰু.

  • কেতিয়াও নিৰাশ নহʼব, অক্টো.

  • অশান্তি কৰাৰ পৰিৱৰ্তে শান্তি বজাই ৰাখক, জুলাই

পাঠকসকলৰ প্ৰশ্ন

  • যিহোৱাৰ সাক্ষীসকলে ডেটিং এপচ বা ৱেবছাইটৰ যোগেদি জীৱন সংগী বিচৰাটো উচিত হʼবনে? জুলাই

  • “বিধানৰ দ্বাৰাই বিধানৰ উদ্দেশে মৰিলোঁ,” পাঁচনি পৌলে কোৱা এই কথাষাৰৰ অৰ্থ কি আছিল? (গালা. ২:১৯), জুন

  • আমি মেছেজ কৰা এপবোৰ কিয় ভাবি-চিন্তি ব্যৱহাৰ কৰা উচিত? মাৰ্চ

  • যীচুয়ে নিজৰ মৃত্যুৰ আগত এইদৰে কিয় কৈছিল, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি মোক কিয় ত্যাগ কৰিলা?” এপ্ৰিল

  • “তোমাৰ ওচৰ-চুবুৰীয়াৰ ৰক্তপাতৰ নিমিত্তে উঠি থিয় নহবা” ইয়াৰ অৰ্থ (লেবী. ১৯:১৬), ডিচেম.

জীৱন কাহিনী

  • ‘এতিয়া মোক প্ৰচাৰ কাম বহুত ভাল লাগে!’ (ৱনীছা বিচিনি), এপ্ৰিল

  • “মই আনৰপৰা বহুতো কথা শিকিলোঁ” (লুই ব্ৰেন), মেʼ

  • যিহোৱাৰ সেৱাত পোৱা আনন্দ (জʼন কিকʼট), জুলাই

  • যিহোৱাক সন্মুখত ৰাখি নিৰ্ণয় লʼলোঁ (দেয়া য়াজবেক), জুন

  • যিহোৱাই মোৰ ‘পথবোৰ সমান কৰিলে’ (ষ্টিফেন হাৰ্ডী), ফেব্ৰু.

  • প্ৰকৃত আনন্দ বিচাৰি (মাৰ্টিন বিটহʼল্ড), নৱে.

  • যিহোৱাই আমাক যি কৰিবলৈ কৈছিল আমি সেয়াই কৰিলোঁ (কেথলীন লʼগন), জানু.

বাইবেল

  • প্ৰাচীন সময়ৰ এটা শিলত লিখা কথাৰপৰা কেনেকৈ জানিব পাৰি যে বাইবেলত লিখা কথাবোৰ সত্য হয়? জানু.

খ্ৰীষ্টান জীৱন আৰু গুণ

  • আপুনি আনৰ লগত মিলি ভালদৰে কাম কৰেনে? ডিচেম.

  • যিহোৱাৰ লগত পুনৰ সম্পৰ্ক গঢ়ি তোলক,অক্টো.

যিহোৱাৰ সাক্ষী

  • ১৯২১—এশ বছৰৰ আগত, অক্টো.

অন্যান্য

  • এটি মিচিকিয়া হাঁহিৰ বাবে সম্ভৱ হʼল, ফেব্ৰু.

  • যোনাৰ দিনৰ পাছত নীনবি নগৰৰ কি হʼল? নৱে.

  • বাইবেলৰ সময়ত লোকসকলে নল খাগৰীৰে নাওঁ সাজিছিলনে? মেʼ

  • যীচুৰ সময়তলোকসকলে কি কি ক্ষেত্ৰত কৰ বা খাজনা দিবলগীয়া হৈছিল? জুন

জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গ

  • এক ভাল পৰিস্থিতি নিচেই কাষত, নং ২

  • এক ভাল ভৱিষ্য—আপুনি কেনেকৈ পাব পাৰে? নং ৩

  • ঈশ্বৰক কিয় প্ৰাৰ্থনা কৰা উচিত? নং ১

সচেতন থাকক!

  • এই পৃথিৱীখন সৃষ্টি কৰা হৈছেনে? কি প্ৰমান আছে? নং ৩

  • আপুনি মোবাইলক চলায় নে মোবাইলে আপোনাক? নং ২

  • সুখ আৰু শান্তিৰে জীয়াই থকাটো সম্ভৱনে? নং ১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক