ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 জুলাই পৃষ্ঠা ৩২
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • প্ৰথমে কি অধ্যয়ন কৰিম?
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • অনুসন্ধানৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • পৰিয়ালৰ সন্মান কৰক
    সচেতন থাকক!—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 জুলাই পৃষ্ঠা ৩২

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

প্ৰথমে কি অধ্যয়ন কৰিম?

আমি সকলোৱে অধ্যয়ন কৰিবলৈ বেছি সময় নাপাওঁ। তেনেহʼলে আমাৰ ওচৰত যি সময় থাকে, তাক আমি কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ? প্ৰথম কথা, আপুনি যি পঢ়ি আছে, তাক মন দি পঢ়ক। খৰ-খেদাকৈ বহুত পঢ়াৰ পৰিৱৰ্তে অলপমান পঢ়ক কিন্তু মন দি পঢ়ক। এইদৰে কৰিলে আপুনি বেছিকৈ লাভৱান হʼব।

আপুনি প্ৰথমে কি অধ্যয়ন কৰিব তাক বাছনি কৰক। (ইফি. ৫:১৫, ১৬) তলত দিয়া উপায়বোৰলৈ মন কৰক:

  • প্ৰতিদিনে বাইবেল পঢ়ক। (গীত. ১:২) আপুনি যদি বিচাৰে সপ্তাহৰ মাজত হোৱা সভাৰ তালিকাত দিয়া অধ্যায়ৰ পৰাও আৰম্ভ কৰিব পাৰে।

  • প্ৰহৰীদুৰ্গ অধ্যয়ন আৰু সপ্তাহৰ মাজত হোৱা সভাৰ তৈয়াৰী কৰক। উত্তৰৰ বাবেও তৈয়াৰী কৰক।—গীত. ২২:২২

  • যেতিয়াই সময় পাই আন নতুন প্ৰকাশনবোৰ অধ্যয়ন কৰক, যেনে জনসাধাৰণৰ বাবে প্ৰহৰীদুৰ্গ আৰু সচেতন থাকক!, পত্ৰিকা, ভিডিঅʼ আৰু jw.org ত অহা আন লেখবোৰ।

  • কোনো এটা বিষয়ৰ ওপৰত অনুসন্ধান কৰক। যদি আপুনি কিবা সমস্যাৰ সন্মুখীন হৈ আছে, আপোনাৰ মনত কিবা প্ৰশ্ন আছে বা বাইবেলৰ কোনো এটা বিষয়ক ভালদৰে বুজিব বিচাৰে, তেনেহ’লে সেই বিষয়বোৰ অনুসন্ধান কৰক। আপুনি jw.org-ত (হিন্দী) “পঢ়ক, বুজক আৰু কৰক” ভাগত আৰু কিছুমান উপায় পাব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক