ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পৃষ্ঠা ৫৮-৫৯
  • ভাগ ৫-ত কি শিকিম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাগ ৫-ত কি শিকিম
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • ভাগ ১১-ত কি শিকিম
    বাইবেলৰ পৰা শিকোঁ আহা
  • ভাগ ৪-ত কি শিকিম
    বাইবেলৰ পৰা শিকোঁ আহা
  • তেওঁলোকে যিহোৱাৰ লগত এটা প্ৰতিজ্ঞা কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • উপাসনাৰ কাৰণে পবিত্ৰ তম্বু
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পৃষ্ঠা ৫৮-৫৯
ইস্ৰায়েলীসকলে মান্না বুটলি আছে

ভাগ ৫-ত কি শিকিম

লোহিত সাগৰ পাৰ হোৱা দুমাহৰ পাছত ইস্ৰায়েলীসকলে চীনয় পাহাৰৰ ওচৰ পালেগৈ। তাত যিহোৱাই তেওঁলোকৰ লগত এটা চুক্তি কৰিলে যে তেওঁলোক তেওঁৰ বিশেষ ৰাষ্ট্ৰ হʼব। যিহোৱাই তেওঁলোকক সুৰক্ষা দিলে আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয় বস্তু দিলে। যেনে, তেওঁলোকক খাবলৈ মান্না দিলে, তেওঁলোকৰ কাপোৰ পুৰণি হৈ নাফাটিল আৰু তেওঁলোকক এনে ঠাইত থাকিবলৈ কʼলে, যʼত কোনো ধৰণৰ বিপদ নাছিল। যদি আপোনালোকৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক বুজিবলৈ সহায় কৰক যে যিহোৱাই কিয় ইস্ৰায়েলীসকলক নিয়ম দিলে আৰু তেওঁলোকৰ কাৰণে পবিত্ৰ তম্বু আৰু পুৰোহিতৰ ব্যৱস্থা কৰিলে। ইয়াৰ উপৰিও নিজৰ প্ৰতিজ্ঞা পূৰ কৰা, নম্ৰ হৈ থকা আৰু যিহোৱাৰ বিশ্বাসী হৈ থকাটো কিমান প্ৰয়োজন, সেয়াও বুজিবলৈ সহায় কৰক।

আমি কি শিকিবলৈ পাম

  • যদি আপুনি যিহোৱাক কিবা প্ৰতিজ্ঞা কৰে, তেনেহʼলে সেয়া নিশ্চয় পূৰ কৰক

  • অহংকাৰ, লোভ আৰু বিদ্ৰোহ কৰিলে সদায় তাৰ পৰিণাম বেয়া হয়

  • যিহোৱাই ইস্ৰায়েলীসকলৰ লগত ধৈৰ্যেৰে ব্যৱহাৰ কৰিলে আৰু যেতিয়া তেওঁলোকে তেওঁৰ বিশ্বাসী হৈ নাথাকিল, তেতিয়াও তেওঁলোকৰ চোৱা-চিতা কৰিলে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক