ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পৃষ্ঠা ১৬০-১৬১
  • ভাগ ১১-ত কি শিকিম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাগ ১১-ত কি শিকিম
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • ভাগ ১৩-ত কি শিকিম
    বাইবেলৰ পৰা শিকোঁ আহা
  • ভাগ ৪-ত কি শিকিম
    বাইবেলৰ পৰা শিকোঁ আহা
  • যীচু খ্ৰীষ্ট কোন হয়?
    বাইবেলে আমাক কি শিকায়?
  • ভাগ ১২-ত কি শিকিম
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পৃষ্ঠা ১৬০-১৬১
যোচেফে যীচুক কাঠৰ কাম শিকাই আছে আৰু ওচৰতে মৰিয়ম আৰু যীচুৰ কিছুমান ভাই-ভনী আছে

ভাগ ১১-ত কি শিকিম

এই ভাগত আমি খ্ৰীষ্টান গ্ৰীক শাস্ত্ৰত দিয়া ঘটনাবোৰৰ বিষয়ে চাম। যীচুৱে এটা দুখীয়া পৰিয়ালত জন্ম হৈছিল আৰু তেওঁ এখন সৰু চহৰত থাকিছিল। তেওঁৰ দেউতাই কাঠৰ কাম কৰিছিল আৰু যীচুৱে তেওঁক সহায় কৰিছিল। যিহোৱাই যীচুক স্বৰ্গৰাজ্যৰ ৰজা হিচাপে বাছনি কৰিছিল। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক বুজিবলৈ সহায় কৰক যে যিহোৱাই যীচুৰ কাৰণে ভাবি-চিন্তি এনে পৰিয়াল বাছনি কৰিছিল, যিসকলে যিহোৱাৰ ভক্তি কৰিছিল আৰু ঘৰৰ পৰিৱেশ ভাল আছিল। তেওঁলোকক বুজাওক যে যিহোৱাই কেনেকৈ যীচুক হেৰোদৰ হাতত মৃত্যু হোৱাৰ পৰা বচালে আৰু তেওঁলোকক এয়াও বুজাওক যে কোনো বস্তুৱে যিহোৱাৰ ইচ্ছা পূৰ হোৱাত বাধা দিব নোৱাৰে। যিহোৱাই কেনেকৈ যোহনক যীচুৰ বাবে ৰাস্তা তৈয়াৰ কৰিবলৈ কাম দিছিল, তাৰ বিষয়ে জানক। জোৰ দি কওক যে সৰু বয়সৰ পৰাই যীচুৱে যিহোৱাৰ বুদ্ধিৰে ভৰা কথাবোৰ ভাল পাইছিল।

আমি কি শিকিবলৈ পাম

  • যিহোৱাই কৰা ব্যৱস্থাক সদায় সহযোগ কৰা

  • যীচু ঈশ্বৰৰ পুত্ৰ আছিল আৰু বহুত শক্তিশালী আছিল, তথাপি তেওঁ পৃথিৱীত এটি সৰু লʼৰাৰ দৰে জন্ম হʼবলৈ সাজু হʼল

  • যোহন বাপ্তিষ্মা দিওঁতাই নম্ৰতাৰে লোকসকলক শিকাইছিল যাতে খ্ৰীষ্ট আহিলে তেওঁক গ্ৰহণ কৰিব পাৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক