ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পৃষ্ঠা ১৭৪-১৭৫
  • ভাগ ১২-ত কি শিকিম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাগ ১২-ত কি শিকিম
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • “হে প্ৰভু, আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাক শিকাওক”
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ভাগ ১১-ত কি শিকিম
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • ভাগ ১৩-ত কি শিকিম
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পৃষ্ঠা ১৭৪-১৭৫
যীচুৱে ডাঙৰ আৰু সৰু সকলোকে শিকাই আছে

ভাগ ১২-ত কি শিকিম

যীচুৱে লোকসকলক স্বৰ্গৰাজ্যৰ বিষয়ে শিকালে। লগতে ঈশ্বৰৰ নাম পবিত্ৰ কৰিবলৈ, তেওঁৰ ৰাজ্য আহিবলৈ আৰু তেওঁৰ ইচ্ছা পৃথিৱীত পূৰ হোৱাৰ বিষয়েও প্ৰাৰ্থনা কৰিবলৈ শিকালে। যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে এই প্ৰাৰ্থনা আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ, সেয়া বুজিবলৈ সহায় কৰক। যীচুৱে চয়তানৰ প্ৰলোভনত নাহিলে আৰু ঈশ্বৰৰ বিশ্বাসী হৈ থাকিল। যীচুৱে পাঁচনিসকলক বাছনি কৰিলে আৰু তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ প্ৰথম সদস্য হৈ পৰিল। মন কৰক যে যীচুৰ সত্য উপাসনাৰ প্ৰতি কিমান উৎসাহ আছিল। তেওঁ লোকসকলক সহায় কৰিব বিচাৰিছিল। সেইবাবে, তেওঁ বেমাৰী লোকসকলক সুস্থ কৰিলে, ভোকত থকা লোকসকলক আহাৰ খোৱালে আৰু মৃত লোকবিলাকক আকৌ জীয়াই তুলিলে। এই সকলো চমৎকাৰ কৰি যীচুৱে দেখুৱালে যে ঈশ্বৰৰ ৰাজ্যই মানুহৰ বাবে কি কৰিব।

আমি কি শিকিবলৈ পাম

  • যীচুৱে নিজৰ শিষ্যসকলক ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আৰু শিষ্য বনোৱাৰ কাম দিলে

  • নিজৰ বিষয়ে প্ৰাৰ্থনা কৰাৰ আগতে যিহোৱাৰ লগত জড়িত বিষয়বোৰৰ বাবে প্ৰাৰ্থনা কৰা

  • আনক হৃদয়েৰে ক্ষমা কৰা আৰু তেওঁলোকৰ লগত সেইদৰেই ব্যৱহাৰ কৰা, যিদৰে আনে তোমাৰ লগত ব্যৱহাৰ কৰাটো তুমি বিচাৰা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক