দেওবাৰ
“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”—যিহূদা ২০
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ১০৬ আৰু প্ৰাৰ্থনা
৯:৪০ পৰিচৰ্চ্চা: প্ৰেমে কেনেদৰে আচৰণ কৰে মনত পেলাওক
প্ৰেমে অনেক দিন সহে (১ কৰিন্থীয়া ১৩:৪)
প্ৰেমে ঈৰ্ষা নকৰে; অহংকাৰ নকৰে (১ কৰিন্থীয়া ১৩:৪, ৫)
প্ৰেমে আত্ম-গৌৰৱ নকৰে; অশিষ্টাচৰণ নকৰে (১ কৰিন্থীয়া ১৩:৪, ৫)
প্ৰেমে নিজৰ লাভ নিবিচাৰে; ক্ৰোধত উত্তেজিত নহয় (১ কৰিন্থীয়া ১৩:৫, ৬)
প্ৰেমে অপকাৰ গণনা নকৰে; অধাৰ্ম্মিকতাত আনন্দ নকৰে (১ কৰিন্থীয়া ১৩:৬)
প্ৰেমে সত্যত আনন্দ কৰে; সকলো কথাতে সহন কৰে (১ কৰিন্থীয়া ১৩:৬, ৭)
প্ৰেমে সকলোতে বিশ্বাস কৰে; সকলোতে আশা কৰে (১ কৰিন্থীয়া ১৩:৭)
প্ৰেমে সকলোকে সহ্য কৰে; প্ৰেম কেতিয়াও লুপ্ত নহয় (১ কৰিন্থীয়া ১৩:৭, ৮)
১১:১০ গীতৰ সংখ্যা ১৫০ আৰু ঘোষণা
১১:২০ জন ভাষণ: ঘৃণাৰে ভৰি থকা এই পৃথিৱীত প্ৰকৃত প্ৰেম কাৰ মাজত আছে? (যোহন ১৩:৩৪, ৩৫)
১১:৫০ প্ৰহৰীবুৰুজৰ সাৰাংশ
১২:২০ গীতৰ সংখ্যা ১ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ১২৪
১:৫০ নাটক: যোচিয়াৰ কাহিনী: যিহোৱাক প্ৰেম কৰা; দুষ্টতাক ঘিণ কৰা—ভাগ ২ (২ ৰাজাৱলি ২২:৩-২০; ২৩:১-২৫; ২ বংশাৱলি ৩৪:৩-৩৩; ৩৫:১-১৯)
২:২০ গীত “মোক সাহস দিয়া” আৰু ঘোষণা
২:৩০ ‘যিহোৱাৰ নানাবিধ দয়াৰ’ বিষয়ে ভালদৰে বিবেচনা কৰক (গীতমালা ১০৭:৪৩; ইফিচীয়া ৫:১, ২)
৩:৩০ নতুন মূল গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা