ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/৯৯ পৃষ্ঠা ৩
  • স্মৰণীয় পৰ্ব্ব পালন কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্মৰণীয় পৰ্ব্ব পালন কৰা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • স্মৰণীয় পৰ্বৰ বিষয়ে সোঁৱৰাই দিয়া হ’ল
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্বৰ সোঁৱৰণী
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/৯৯ পৃষ্ঠা ৩

স্মৰণীয় পৰ্ব্ব পালন কৰা

এই বছৰৰ স্মৰণীয় পৰ্ব্ব দিন বৃহস্পতিবাৰ এপ্ৰিল ১তাৰিখে পালন কৰা হব। প্ৰাচীনসকলে তলত দিয়া বিষয়বোৰ মনোযোগ দিয়া উচিত:

▪ সভাৰ বাবে সময় নিদ্ধাৰিত কৰাৰ সময়ত, নিশ্চিত হওঁক যে প্ৰতীক সূৰ্য্য অস্ত নোযোৱালৈকে পালন কৰা নহব।

▪ বক্তা আৰু সকলো ব্যক্তিক, উদ্‌যাপন কৰা সঠিক স্থান আৰু সময় বিষয়ে জনোৱা উচিত।

▪ উপযোগী ৰুটি আৰু দ্ৰাক্ষাৰস আগৰ পৰাই তৈয়াৰ কৰি ৰখা উচিত।—ফ্ৰেব্ৰুৱাৰী ১৫, ১৯৮৫, প্ৰহৰীদূৰ্গ, (ইংৰাজী) ১৯ পৃষ্ঠা চাওঁক।

▪ আগতীয়াকৈ ৰাজ্যগৃহত প্লেট, গিলাচ, এখন ভাল টেবুল আৰু টেবুলক্লথ ৰখা উচিত।

▪ সময়ৰ আগতে ৰাজ্যগৃহ বা অন্য ঠাইবোৰ ভালদৰে পৰিস্কাৰ কৰি ৰখা উচিত।

▪ পৰিচাৰক আৰু পৰিবেশনকাৰীক আগৰে পৰা নিযুক্তি দি তেওঁলোকৰ কৰ্তব্য বিষয়ে আৰু ভাল কাৰ্য্য পদ্ধতিৰ বিষয়ে জনোৱা উচিত।

▪ যিসকল অভিষিক্ত লোক দুৰ্ব্বল আৰু উপস্থিত হবলৈ অসমৰ্থ তেওঁলোকক যাতে স্মৰণীয় পৰ্ব্ব প্ৰতীক দিব পাৰে তাৰ বাবে ব্যৱস্থা কৰক।

▪ যেতিয়া এখন ৰাজ্যগৃহক এটাতকৈ অধিক মণ্ডলীয়ে ব্যৱহাৰ কৰে তেনেহʼলে মণ্ডলীবোৰৰ মাজত ভাল সহযোজনা হোৱা উচিত যাতে উপকক্ষ বা সোমোৱা পথ, ফূটপাথবোৰ আৰু গাড়ী ৰখা ঠাইবোৰত অনাৱশ্যকীয় একগোট হোৱাৰ পৰা আতঁৰি থাকিব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক