ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৩ পৃষ্ঠা ৭
  • স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • স্মৰণীয় পৰ্বৰ সোঁৱৰণী
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্বৰ বিষয়ে সোঁৱৰাই দিয়া হ’ল
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্ব্ব পালন কৰা
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৩ পৃষ্ঠা ৭

স্মৰণীয় পৰ্ব্বৰ সোঁৱৰণী

এই বছৰৰ স্মৰণীয় পৰ্ব্ব এপ্ৰিল ১৬ তাৰিখ, বুধবাৰ দিনা উদযাপন কৰা হʼব। সেইবাবে প্ৰাচীনসকলে তলত দিয়া বিষয়সমূহক মনোযোগ দিয়া আৱশ্যক:

▪ স্মৰণীয় পৰ্ব্বৰ সময়ত এইটো নিশ্চিত কৰা আৱশ্যক যে স্মৰণীয় প্ৰতীক চিহ্ন সূৰ্য্য অস্ত যোৱাৰ পাছতহে যেন হস্তান্তৰ কৰে।

▪ বক্তা আৰু সকলোকে স্মৰণীয় পৰ্ব্ব উদযাপনৰ সময় আৰু স্থানৰ বিষয়ে আগতীয়াকৈ জনাই দিয়া আৱশ্যক।

▪ উচিত প্ৰকাৰে পিঠা আৰু দ্ৰাক্ষাৰস তৈয়াৰ কৰা আৱশ্যক।​—⁠ফ্ৰেব্ৰুৱাৰী ১৫, ১৯৮৫ চনৰ প্ৰহৰীবুৰুজ, ১৯ পৃষ্ঠা চাওক।

▪ স্মৰণীয় পৰ্ব্ব উদযাপন কৰা স্থানলৈ প্লেট আৰু গিলাচ, উপযুক্ত মেজ, মেজৰ কাপোৰ অনা আৱশ্যক আৰু সেইবোৰ আগতীয়াকৈ যথাস্থানত ৰখা উচিত।

▪ স্মৰণীয় পৰ্ব্বৰ বাবে ব্যৱহাৰ কৰা ৰাজ্যগৃহ বা আন স্থানক আগতীয়াকৈ সম্পূৰ্ণৰূপে পৰিষ্কাৰ কৰা আৱশ্যক।

▪ নিৰ্বাচিত কৰা এটেনডেনট্‌ আৰু স্মাৰক প্ৰতীক চিহ্ন চোৱা-চিতা কৰা ভাইসকলক আগতীয়াকৈ তেওঁলোকৰ কাম আৰু সঠিক কাৰ্য্য পদ্ধতিৰ বিষয়ে পৰামৰ্শ দিয়া উচিত। তেওঁলোকৰ সাজ-পোছাক সন্মানীয় হোৱা আৱশ্যক।

▪ স্মৰণীয় পৰ্ব্বত উপস্থিত হʼব নোৱাৰা দুৰ্ব্বল শৰীৰৰ অভিষিক্ত ব্যক্তিসকলক অনা-নিয়া কৰাৰ বাবে ব্যৱস্থা কৰা আৱশ্যক।

▪ যেতিয়া কেইবাখনো মণ্ডলীয়ে একেখন ৰাজ্যগৃহত স্মৰণীয় পৰ্ব্ব উদযাপন কৰিবলৈ পৰিকল্পনা কৰে তেতিয়া মণ্ডলীয়ে ভালদৰে ব্যৱস্থা কৰা উচিত যাতে ৰাস্তা, পদূলি আৰু ৰাজ্যগৃহৰ প্ৰৱেশ দুৱাৰত অকাৰণতে ভিৰ নহয়। যʼত সম্ভৱ দুখন মণ্ডলীয়ে স্মৰণীয় পৰ্ব্বৰ উদযাপনত ৪৫ মিনিট সময় ব্যৱধান ৰখাটো উত্তম হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক