ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/৯৯ পৃষ্ঠা ২
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • “কোনো এজনে মোক বুজাই নিদিলে, মই কেনেকৈ বুজিম?”
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আপুনি বিচাৰে ব্ৰচাৰখন ব্যৱহাৰ কৰিছেনে?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/৯৯ পৃষ্ঠা ২

প্ৰশ্ন বক্স

▪ এজন নতুন ব্যক্তিক বাপ্তিষ্মা লোৱাৰ আগতে তেওঁৰ সৈতে কোনখন কিতাপৰ পৰা অধ্যয়ন কৰা উচিত?

এজন ব্যক্তিয়ে যিহোৱালৈ নিজকে সমৰ্পণ কৰি বাপ্তিষ্মা লোৱাৰ আগতে, তেওঁ নিশ্চয়ে যথাৰ্থ জ্ঞান লোৱাৰ আৱশ্যক। (যোহন ১৭:​৩) তেওঁ ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰ আৰু জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় এই কিতাপখনৰ পৰা জ্ঞান আহৰণ কৰা উচিত। বেছিভাগ সময়ত বিচাৰে ব্ৰচাৰখনৰ পৰা প্ৰথমে অধ্যয়ন কৰা হব। যিহেতু জ্ঞান কিতাপৰ পৰা ইতিমধ্যে যদি অধ্যয়ন আৰম্ভ কৰা হৈছে, তেনেহʼলে কিতাপখন অধ্যয়ন কৰাৰ পাছত বিচাৰে ব্ৰচাৰখন অধ্যয়ন কৰা উচিত। এইটো কিয় কৰা আৱশ্যক?

বিচাৰে ব্ৰচাৰখনে বাইবেলৰ মূল শিক্ষাসমূহক সংক্ষিপ্তৰূপে বিৱৰণ দিছে। যদি ব্ৰচাৰখনক প্ৰথমে আৰম্ভ কৰা হয়, ইয়াৰ দ্বাৰা বিদ্যাৰ্থীজনে যিহোৱাক আনন্দিত কৰিবলৈ যি মূল আৱশ্যকীয় কথা তাক বুজি পাব। যদি ব্ৰচাৰখনৰ অধ্যয়ন জ্ঞান কিতাপখনৰ পাছত কৰা হয়, তেতিয়াহʼলে ইয়াৰ দ্বাৰা কিতাপখনক উত্তমৰূপে পুনৰ আলোচনা কৰা হʼব। দুইখন কিতাপ অধ্যয়ন কৰাৰ সময়ত বিদ্যাৰ্থীজনক তাত থকা শাস্ত্ৰ পদসমূহক পঢ়িবলৈ আৰু বিবেচনা কৰিবলৈ উৎসাহিত কৰক। তাত থকা ছবিসমূহৰ সম্পৰ্কে কবলৈ নাপাহৰিব কিয়নো সেইবোৰ দ্বাৰা কাৰ্য্যকাৰীৰূপে শিক্ষা দিব পাৰি।​—⁠জানুৱাৰী ১৫, ১৯৯৭, প্ৰহৰীদূৰ্গৰ (ইংৰাজী), পৃষ্ঠা ১৬-​১৭ চাওঁক।

এবাৰ দুয়োখন কিতাপৰ অধ্যয়ন সম্পূৰ্ণ কৰাৰ পাছত বিদ্যাৰ্থীজনে বাপ্তিষ্মাৰ বাবে প্ৰাচীনে কৰা প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ সক্ষম হʼব। এতেকে, যদিও পৰিচালকজনে বিদ্যাৰ্থীজনৰ উন্নতিৰ বাবে আগ্ৰহী তেতিয়াও বিদ্যাৰ্থীজনৰ সৈতে আন কিতাপৰ পৰা অধ্যয়ন চলাই থকাটো আৱশ্যক নাই।​—⁠জানুৱাৰী ১৫, ১৯৯৬, প্ৰহৰীদূৰ্গ (ইংৰাজী), পৃষ্ঠা ১৪, ১৭ চাওঁক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক