ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০১ পৃষ্ঠা ১
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০১ পৃষ্ঠা ১

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ছেপ্টে. ১

“বৰ্তমান সময়ত এই পৃথিৱীত হৈ থকা সকলোবোৰ ভয়ঙ্কৰ পৰিস্থিতিৰ নেপথ্য ভূমিত কোনো দুষ্ট শক্তি আছে বুলি আপুনি বিশ্বাস কৰেনে? [গৃহস্থৰ পৰা প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পাছত ১ যোহন ৫:⁠১৯ পদটো পঢ়ক।] এই আলোচনীখনে আমাক সেই দুষ্ট শক্তিক চিনাক্ত কৰিবলৈ আৰু তাৰ সকলোবোৰ ফান্দৰ পৰা ৰক্ষা পাবলৈ আমাক সহায় কৰিব। মই নিশ্চিত যে আপুনি এই আলোচনীখন পঢ়ি নিশ্চয়ে আনন্দিত হʼব।”

প্ৰহৰীবুৰুজ ছেপ্টে. ১

“পূৰ্বতে লোকসকলে দিয়াবল অৰ্থাৎ চয়তান আছে বুলি বিশ্বাস কৰিছিল, কিন্তু বৰ্তমান সময়ত বেছিভাগেই বিশ্বাস কৰে যে চয়তান হৈছে কেৱল এক অন্ধবিশ্বাস। এই মাহৰ প্ৰহৰীবুৰুজ আলোচনীখনে এই প্ৰশ্নটোৰ উত্তৰ দিছে যে, ‘বাস্তৱতে চয়তান অস্তিত্বত আছেনে।’ আপুনি এই প্ৰশ্নটোৰ উত্তৰ পঢ়ি নিশ্চয়ে আচৰিত হʼব।”

প্ৰহৰীবুৰুজ ছেপ্টে. ১

“বহুতে আজি এক শান্তিপূৰ্ণ জীৱনৰ বাবে অপেক্ষা কৰি আছে, কিন্তু আপুনি এইটো সম্ভৱ হʼব বুলি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওঁক।] আমি ব্যক্তিগতভাৱে শান্তি লাভ কৰিবলৈ শাস্ত্ৰই ব্যৱহাৰিক পৰামৰ্শ প্ৰদান কৰিছে। [ৰোমীয়া ১২:⁠১৮ পদটো পঢ়ক।] বাস্তৱতে, এইটো কাৰ্য্যতকৈ কোৱাটো সহজ। কিন্তু এই সম্পৰ্কে আলোচনীখনত থকা প্ৰবন্ধটোৱে এক ব্যৱহাৰিক পৰামৰ্শ আৰু উপদেশ আগবঢ়াইছে। মই ভাবো আপুনি ইয়াক পঢ়ি নিশ্চয়ে আনন্দিত হʼব।”

প্ৰহৰীবুৰুজ ছেপ্টে. ১

“মানুহৰ মাজত বিভিন্ন জাতি, ভাষা, সংস্কৃতিক থকাৰ বাবে প্ৰকৃত শান্তি বজাই ৰখাটো সঁচাকৈ সম্ভৱ বুলি আপুনি বিবেচনা কৰেনে? আচলতে বাতৰিকাকতসমূহেও কৈছে যে মানুহৰ মাজত শান্তি স্থাপনা কৰাটো ইমান সহজ কথা নহয়।” কিন্তু এই আলোচনীখনত উল্লেখ কৰা ‘শান্তি বিচাৰি, তাক খেদি যাওক’ নামৰ এটা মুখ্য বিষয়টোৱে এই সম্পৰ্কে উত্তৰ দিছে। মই ভাবো যে আপুনিও ব্যক্তিগতভাৱে শান্তিময় আৰু শান্তি বজাই ৰাখিবলৈ এই আলোচনীখন পঢ়ি আনন্দিত হʼব।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক