ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০২ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০২ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ছেপ্টেম্বৰ ১

“আপুনি লক্ষ্য কৰিছেনে যে বহুতো ঠাইত লোকসকলে কৰা আচৰণে প্ৰকাশ কৰিছে, তেওঁলোকে নিজৰ চুবুৰীয়াত থকাসকলক চিনি নাপাই? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এক উত্তম চুবুৰীয়া হʼবলৈ যীচুৱে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত দাঙি ধৰিছিল। [মথি ৭:⁠১২ পদটো পঢ়ক।] এই আলোচনীখনে প্ৰকাশ কৰিছে যে আমি কেনেকৈ উত্তম চুবুৰীয়া হʼম আৰু আনকো তেনে কৰাত উৎসাহিত কৰিব পাৰোঁ।”

সচেতন! ছেপ্টেম্বৰ ২২

“বৰ্তমান সময়ত বহুতে সন্ত্ৰাসবাদ, জৈৱিক অস্ত্ৰ-শস্ত্ৰ বিষয়ে চিন্তিত। আপুনি ভাবেনে যে মানৱ চৰকাৰবোৰে এই পৃথিৱীখন সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিব পাৰিব? [উত্তৰৰ বাবে অলপ ৰওক।] বাইবেলে প্ৰকাশ কৰিছে যে কেৱল ঈশ্বৰে সেইটো কৰিব পাৰে। [যিহিষ্কেল ৩৪:⁠২৮ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনে সেই বিষয়ে কিছুমান আলোচনা কৰিছে।”

প্ৰহৰীবুৰুজ ছেপ্টেম্বৰ ১

“বৰ্তমান সময়ত বহুতে অনুভৱ কৰে যে আমাক এজন মহান গুৰুৰ আৱশ্যক। আপুনি বিবেচনা কৰেনে যে সেই গুৰুজনে আমাক কোনো সহায় কৰিব? [উত্তৰৰ বাবে অলপ ৰওক আৰু লূক ৪:⁠২২ পদটো পঢ়ক।] এবাৰ এম. কে. গান্ধীয়ে ভাৰতৰ বৃটিছ ভাইছৰইয়ক এইদৰে কৈছিল: ‘যেতিয়া আপোনাৰ আৰু মোৰ দেশখনে একলগে খ্ৰীষ্টই প্ৰদান কৰা শিক্ষাসমূহক পালন কৰিব . . . তেতিয়া আমি কেৱল আমাৰেই নহয়, গোটেই বিশ্বৰ সমস্যাক সমাধান কৰিব পাৰিম।’ আপুনি জানেনে যে কিহে যীচুক এজন সুপ্ৰতিষ্ঠিত শিক্ষক কৰি তুলিছিল? [৮ পৃষ্ঠাত থকা বিষয়টো দেখুউৱাক।] এই আলোচনীখনে সেই প্ৰশ্নৰ উত্তৰ দিছে আৰু মই নিশ্চিত যে আপুনি নিশ্চয়ে ইয়াক পঢ়ি আনন্দিত হʼব।”

সচেতন! অক্টোবৰ ৮

“বৰ্তমান সময়ত একজনক মাতৃ আৰু পিতৃৰ পৰিয়ালৰ সংখ্যা বিস্ফুৰিতৰূপে বৃদ্ধি পাইছে। বাইবেলে কৈছে যে আমাৰ সৃষ্টিকৰ্ত্তাই তেওঁলোকৰ প্ৰতি সহানুভূতিশীল। [গীতমালা ১৪৬:⁠৯ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনে দেখুৱাইছে যে বাইবেলৰ সিদ্ধান্তসমূহে কেনেকৈ একজনক মাতৃ আৰু পিতৃক তেওঁলোকৰ লʼৰা-ছোৱালীক সফলতাৰে ডাঙৰ-দীঘল কৰাত সহায় কৰে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক