ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০৫ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০৫ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ছেপ্টেম্বৰ ১

মথি ২২:⁠৩৭-⁠৩৯ পদতো পঢ়ক আৰু এইদৰে কওক: “যদি সকলোৱে এই দুটা আজ্ঞা পালন কৰে, তেন্তে জগতখন এখন সুন্দৰ স্থানলৈ পৰিণত হʼব বুলি আপুনি নাভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু ১৮ পৃষ্ঠাত দিয়া লেখটো দেখুৱাউক।] এই দুটাৰ সিদ্ধান্তৰ অৰ্থ কি, সেই বিষয়ে এই আলোচনীখনত বৰ্ণনা কৰা হৈছে।”

সচেতন! ছেপ্টেম্বৰ ২২

“বহুতে উত্তম ঠাইত বাস কৰিবলৈ নিজৰ বাবে এটা ঘৰ নিৰ্মাণ কৰিব বা কিনিব নোৱাৰে। আপুনি ভাবেনে যে এনে এটা দিন আহিব, যʼত সকলোৰে বাবে যথেষ্ট পৰিমাণৰ ঘৰ থাকিব? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বৰ্তমান সময়ত হোৱা বাসস্থানৰ সমস্যাৰ শেহতীয়া ৰিপোৰ্টখন সচেতন! আলোচনীখনত চাওক। এই আলোচনীখনত ঈশ্বৰে অৱশ্যেই সেই প্ৰতিজ্ঞা পূৰ্ণ কৰিব বুলি এক নিশ্চিত আশা প্ৰদান কৰিছে।” যিচয়া ৬৫:⁠২১, ২২ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ অক্টোবৰ ১

বেটুপাতৰ প্ৰশ্নটো পঢ়ক। তাৰ পিছত এইদৰে সোধক: “আপুনি জানেনে যে এই চিহ্নবোৰে কিহক নিৰ্দ্দেশিত কৰিছে? [উত্তৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত মথি ২৪:⁠৩ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত সেই চিহ্নৰ পাঁচটা মুখ্য বৈশিষ্ট্যৰ বিষয়ে বিবেচনা আৰু আমি সেইবোৰক কিয় বুজি পোৱা আৱশ্যক, সেই বিষয়ে বৰ্ণনা কৰা হৈছে। ছয় পৃষ্ঠাত দিয়া বক্সটো দেখুৱাউক।

সচেতন! অক্টোবৰ ৮

“সুৰাৰ দুৰ্ব্যৱহাৰৰ পৰিণামস্বৰূপে অসংখ্য সমস্যা উৎপন্ন হৈছে। এই আলোচনীখনত সুৰাই কেনেকৈ শৰীৰত প্ৰভাৱিত কৰে, সেই বিষয়ে বুজাই দিয়া হৈছে। [৭ পৃষ্ঠাত দিয়া ছবিখন দেখুৱাউক।] আলোচনীখনৰ লেখটোত আলোচনা কৰা হৈছে যে, কেনেকৈ লোকসকলে সুৰাৰ দুৰ্ব্যৱহাৰৰ পৰা আঁতৰি থাকিব আৰু আনসকলে কেনেকৈ সহায় কৰিব পাৰে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক