ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৯/০৩ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৯/০৩ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ছেপ্টেম্বৰ ১

“বহুতো মানুহে ভাবে যে মানৱজাতিয়ে যদিও বিভিন্ন ধৰ্ম্ম পালন কৰিছে, কিন্তু অৱশেষত সেই সকলোবোৰে এটাই লক্ষ্যলৈ পৰিচালিত কৰে। আন কিছুমানে বিশ্বাস কৰে যে কেৱল এটাই সত্য ধৰ্ম্ম আছে। এই বিষয়ে বিবেচনা কৰি আপুনি কেতিয়াবা আচৰিত হৈছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনে প্ৰাচীন সময়ৰ এটা দৃষ্টান্তক পৰীক্ষা কৰি সেই প্ৰশ্নটোৰ সঠিক উত্তৰ দিছে।” মথি ১৩:⁠২৪-​৩০ পদত উল্লেখ কৰা দৃষ্টান্তটোৰ আলোকপাত কৰক।

সচেতন! ছেপ্টেম্বৰ ২২

“জীৱ-জন্তুৰ এটাই আনটোৰ সৈতে যোগাযোগ কৰিব পৰা ক্ষমতা দেখি আমি প্ৰায়ে বিস্মিত হওঁ। কিন্তু আপুনি জানেনে যে বিশেষ কোনো ক্ষেত্ৰত মানুহ অতুলনীয়? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত গীতমালা ৬৫:⁠২ পদটো পঢ়ক।] জীৱ-জন্তুৰ বিপৰীতে আমি ঈশ্বৰৰ সৈতে যোগাযোগ কৰিবলৈ আগ্ৰহী হওঁ। এই আলোচনীখনত আলোচনা কৰা হৈছে যে মানুহ আৰু ঈশবৰৰ মাজত কেনেকৈ উত্তমৰূপে যোগাযোগ হʼব পাৰে।”

প্ৰহৰীবুৰুজ ছেপ্টেম্বৰ ১

“আমাৰ বহুতে নিজৰ জীৱনৰ কোনো কোনো সময়ত ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাত অতিবাহিত কৰে, কিন্তু আপুনি ভাবেনে যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু গীতমালা ৬৫:⁠২ পদটো পঢ়ক।] এই সংখ্যাৰ আলোচনীখনে [২৪ পৃষ্ঠা খুলক।] দেখুৱাইছে যে আমি নিয়মীয়াকৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা উচিত।”

সচেতন! অক্টোবৰ ৮

“আপুনি দেখিবলৈ পাইছেনে যে বহুতো খেতিয়কৰ বাবে জীয়াই থাকিবলৈ খেতি কৰাটো কঠিন হৈ পৰিছে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনে সেই সমস্যাটোৰ বিষয়ে আলোচনা কৰিছে, তদুপৰি এইটোও কৈছে যে ভৱিষ্যতৰ বাবে বাইবেলে এক উত্তম সময় হʼব বুলি প্ৰতিজ্ঞা কৰিছে। [গীতমালা ৭২:⁠১৬ পদটো পঢ়ক।] যেতিয়া মই পুনৰাই আপোনাৰ ওচৰলৈ আহিম তেতিয়া মই বৰ্ণনা কৰিম যে ঈশ্বৰে কেনেকৈ সেই প্ৰতিজ্ঞা পূৰ্ণ কৰিব।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক