ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০২ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০২ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ আগষ্ট ১

“বহুতে বিশ্বাস কৰে যে অন্ধবিশ্বাসৰ বিচাৰধাৰা আৰু ৰীতি-নীতি অনিষ্ট সাধন নকৰা মনোৰঞ্জন। [৫ পৃষ্ঠাত দিয়া বক্সটোৰ পৰা এটা বা দুটা বিষয় দাঙি ধৰক।] আপুনি এই বিষয়ে কেতিয়াবা ভাবিছেনে যে ইয়াৰ পিছত কাৰ হাত আছে? [উত্তৰ পোৱাৰ পিছত ২ কৰিন্থীয়া ১১:⁠১৪ পদটো পঢ়ক।] এই আলোচনীখনত বৰ্ণনা কৰা হৈছে যে বাইবেলে অন্ধবিশ্বাসৰ বিষয়ে কি কয়।”

প্ৰহৰীবুৰুজ আগষ্ট ১

“আপুনি ভাবেনে যে ঈশ্বৰে আমাৰ সকলো কাৰ্য্যৰ সৈতে পৰিচিত? যদি আপুনি তেনেদৰে ভাবে, তেন্তে আমি কেনেকৈ তেওঁৰ কাৰ্য্যৰ সৈতে পৰিচিত হʼব পাৰোঁ? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু তাৰ পিছত ইব্ৰী ৪:⁠১২ পদটো পঢ়ক।] এই লেখটোৱে দেখুৱাইছে যে ঈশ্বৰৰ জ্ঞানে আমাক উত্তমৰূপে প্ৰভাৱিত কৰিব পাৰে। [১৩ পৃষ্ঠাত দিয়া বিষয়টো দেখুওৱাক।] মই ভাবো যে আপুনি এই বিষয়টো পঢ়িবলৈ পাই আনন্দিত হʼব।”

প্ৰহৰীবুৰুজ আগষ্ট ১

“প্ৰত্যেক দিনা আমি আনক শিকাবলৈ সুযোগ পাওঁ। ঘৰত পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীক শিকাই আৰু স্কুলত শিক্ষকে ছাত্ৰ-ছাত্ৰীক শিকাই। কিন্তু এজন উত্তম শিক্ষক হʼবলৈ কেনে গুণৰ আৱশ্যক? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই লেখটোৱে প্ৰেমৰ ওপৰত গুৰুত্ব দিছে। [১৯ পৃষ্ঠাত থকা বিষয়টো দেখুওৱাক আৰু ১ যোহন ৪:⁠৮, ১১ পদটো পঢ়ক।] মই নিশ্চিত যে আপুনি এই আলোচনীখনৰ পৰা ব্যৱহাৰিক পৰামৰ্শ লাভ কৰিব পাৰিব।”

প্ৰহৰীবুৰুজ আগষ্ট ১

“আপুনি হয়তো “যীচুৱে আমাৰ বাবে মৃত্যু বৰণ কৰিলে” বুলি কোৱা উক্তিটো শুনিছে। [যোহন ৩:⁠১৬ পদৰ পৰা উল্লেখ কৰক।] আপুনি কেতিয়াবা ভাবি আঁচৰিত হৈছেনে যে যীচুৰ মৃত্যুৱে আমাক কেনেদৰে প্ৰভাৱিত কৰিলে? [উত্তৰৰ বাবে অলপ ৰওক, ১ পিতৰ ২:⁠২১ পদটো পঢ়ক।] এই আলোচনীখনৰ ২৪ পৃষ্ঠাত বৰ্ণনা কৰা হৈছে যে আমি কেনেকৈ তেওঁৰ পদক্ষেপ অনুকৰণ কৰিব পাৰোঁ।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক