ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১২/০২ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১২/০২ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ডিচেম্বৰ ১

“বছৰৰ এইটো মাহত বহুতে যীচু খ্ৰীষ্টৰ জন্মৰ সম্পৰ্কে চিন্তা কৰে। আপুনি জানেনে যে বাইবেলত তেওঁৰ জন্মৰ সম্পৰ্কে বৰ্ণনা কৰা বৃত্তান্তটোৰ পৰা আমি এক মূল্যৱান শিক্ষা লাভ কৰিব পাৰোঁ? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত আলোচনীখনৰ ৫ পৃষ্ঠা দেখুউৱাক আৰু ২ তীমথিয় ৩:⁠১৬, ১৭ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত তাৰে কিছুমান শিক্ষাৰ বিষয়ে আলোচনা কৰা হৈছে।”

সচেতন! ডিচেম্বৰ ২২

“আপুনি ভাবেনে যে পিতৃ-মাতৃসকলে বৰ্তমান সময়ত প্ৰদৰ্শন কৰা হিংসাত্মক খেল-ধেমালিয়ে কেনেকৈ লʼৰা-ছোৱালীক প্ৰভাৱিত কৰিছে এই বিষয়ে বিবেচনা কৰা উচিত? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বহুতো মাক-দেউতাকে বাইবেলৰ পদসমূহত দিয়া পৰামৰ্শক পথ-প্ৰদৰ্শক হিচাবে ব্যৱহাৰ কৰে। [গীতমালা ১১:⁠৫ পদটো পঢ়ক।] এই মাহৰ সচেতন! আলোচনীখনে পৰিয়ালক তেনে বিপদজনক সঙ্গতি আৰু ইলেক্ট্ৰনিক গেমচ্‌ৰ বিষয়ে পৰীক্ষা কৰিবলৈ সহায় কৰে।”

প্ৰহৰীবুৰুজ ডিচেম্বৰ ১

“ঈশ্বৰৰ সৈতে বন্ধুত্ব স্থাপন কৰাটো সম্ভৱ বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বাইবেলে কৈছে যে তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰাটো সম্ভৱ। বাস্তৱতে আমি তেওঁৰ বন্ধু হৈ আনন্দিত হʼব পাৰোঁ। [যোহন ৪:⁠৮ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনে [১৯ পৃষ্ঠাত দিয়া বিষয়টো দেখুৱাউক] বৰ্ণনা কৰিছে যে কেনেকৈ আমি ঈশ্বৰৰ বন্ধু হʼব পাৰোঁ।”

সচেতন! জানুৱাৰী ৮

“আপুনি ভাবেনে যে চৰকাৰে কথা কোৱা স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰা উচিত? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] ইয়াত উল্লেখ কৰা অনুসাৰে যদি কোনো ধৰ্ম্মৰ বিষয়ে কোনো কথা কোৱা হয়, তেন্তে কি কʼব পাৰি? [পাঁচনিৰ কৰ্ম্ম ২৮:⁠৩০, ৩১ পদটো পঢ়ক।] অলপতে যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে এই বিষয়টোৰ ওপৰত প্ৰশ্ন কৰিছিল। এই বিষয়ে জানিবলৈ আমি আপোনাক এই সংখ্যাৰ সচেতন! আলোচনীখন পঢ়িবলৈ আমন্ত্ৰণ কৰিছোঁ।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক